April 8, 2024 ৰাজধানী দিছপুৰত ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজধানী দিছপুৰত চোৰৰ টিঘিলঘিলনি। ছুপাৰ মাৰ্কেটৰ দোকানত সোমাল চোৰ। লুটি নিলে ডেৰ লক্ষাধিক টকাৰ ধঁপাতজাতীয় সামগ্ৰী। তলা ভাঙি চোৰটোৱে প্ৰৱেশ কৰে দোকানখনত। CCTVত আবদ্ধ চোৰৰ চুৰি কৰা দৃশ্য। Author: দৈনন্দিন বাৰ্তা Related Articles ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026 হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026