Breaking

সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ…

0 19

সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ। সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ।

ছোমালিয়া সেনাৰ আক্ৰমণত নিহত ৩০ সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ খবৰ লাভ কৰিছিল সেনা-চোৰাংচোৱাই।

অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ। দেশখনৰ মধ্যভাগৰ শ্ববেলে ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা।

Leave A Reply