July 25, 2024 কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক… Share FacebookTwitterWhatsAppTelegramKooEmail কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক। আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক। Author: দৈনন্দিন বাৰ্তা Related Articles আজি পৰিয়ালক চমজাই দিয়া হ’ব পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃতদেহ দৈনন্দিন বাৰ্তা - September 15, 2026 ৰামানুজৰ নশ্বৰদেহ মই চমজি ল’মঃ ৰামানুজৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব পিতৃয়ে দৈনন্দিন বাৰ্তা - September 14, 2026 নৰকাসুৰ পাহাৰত কিদৰে মৃত্যু হ’ল পত্নীহন্তা ৰামানুজ গোস্বামীৰ? দৈনন্দিন বাৰ্তা - September 14, 2026