Breaking

গৰ্ভৱতী অৱস্থাৰ ফটোৰ ভগ আলোচনীৰ বেটুপাটত উঠা সোনম কাপুৰ এতিয়া নেটিজেনৰ সমালোচনাৰ সমুখীন। মাতৃত্বক উপহাস কৰাৰ অভিযোগ…

0 62

সোনম কাপুৰ বলীউড জগতৰ এগৰাকী সফল অভিনেত্ৰী নহ’লেও , বলীউডৰ ফেশ্বন আইকন বুলি জনাজাত । কিছুদিন আগত চনাম কাপুৰে আমেৰিকাৰ বিখ্যাত মেগাজিনৰ ‘Vogue ‘ মেগাজিনৰ কভাৰ পেজত সোনম কাপুৰৰ গৰ্ভৱতী অৱস্থাত ফটো কভাৰ কৰা হৈছিল ।

তাৰপিছত এতিয়া সেই গৰ্ভৱতী অৱস্থাত তেনেকৈ কেৱল মাত্ৰ এটা চাৰ্ট পৰিধান কৰি ফটোশ্বুত বিতৰ্কৰ সৃষ্টি কৰিছে ।

একাংশ‌ই কৈছে এইয়া ভাৰতীয় সংস্কৃতিৰ নামত কলংক কিয়নো‌ কোনো ভাৰতীয় মহিলাই গৰ্ভৱতী অৱস্থাত ফটোশ্বুত নকৰে অৰ্ধ নগ্ন অৱস্থাত ।

কিন্তু একাংশ অনুৰাগীয়ে সোনম কাপুৰক যথেষ্ট সাহসী আৰু আত্মবিশ্বাসী মহিলা বুলি কমেণ্টত লিখিছে ।

ধনাত্মক কমেণ্টতকৈ ঋণাত্মক কমেণ্ট বহু পৰিমাণে আছে ।

বহুলোকৰ আপত্তি চনাম কাপুৰৰ এনেধৰণৰ ফটোশ্বুটৰ বাবে ।

Leave A Reply