Breaking

বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে IAS শেৱালি দেৱীৰ জামিন…

0 46

IAS শেৱালি দেৱী শৰ্মাৰ জামিন নাকচ ৷ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে শেৱালি দেৱীৰ জামিন৷

SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ মূল অভিযুক্ত আছিল শেৱালি ৷

বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰতে আছে শেৱালি দেৱী শৰ্মা৷

Leave A Reply