Breaking

Browsing Category

ক্রীড়া-জগত

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰাক্তন সূদক্ষ ভলীবল খেলুৱৈ জয়ন্তৰ জয় কেতিয়া ? সংস্থাপনৰ অনুৰোধ ক্ৰীড়াপ্ৰেমী…

অসমৰ ভলীবল জগতত অতি জনপ্ৰিয় চিনাকী নাম প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ জয়ন্ত শৰ্মা। যাৰ শিৰা-উপশিৰাত ধাৱবান হৈ আছে ভলীবলৰ তেজ। পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈ ভলীবলৰ বাহিৰে অইন চিন্তা নাই জয়ন্তৰ। প্ৰতিদিনে ভলীবলৰ নতুনত্ব বিচাৰি ফুৰা জয়ন্তৰ
Read More...

BREAKING টকিঅ’অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ

দেশবাসীলৈ সন্মান, টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় স্প্ৰিণ্টাৰ দুতী চান্দেৰ, চান্দেই বিশ্ব ৰেংকিং কোটাৰ জৰিয়তে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন
Read More...

হিমা দাসৰ টকিঅ’অলিম্পিকৰ সপোন চূৰমাৰ: আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ

টকিঅ’ অলিম্পিকৰ সপোন চূৰমাৰ হিমা দাসৰ৷ আঘাতৰ বাবেই যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা৷ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপৰ ২০০ মিটাৰত ব্যৰ্থ হয় ধিং এক্সপ্ৰেছ হিমা৷ পঞ্চম স্থানতহে দৌৰ সম্পূৰ্ণ কৰে হিমাই৷ টকিঅ’লৈ যোগ্যতা অৰ্জনৰ সময়সীমা আছিল ২২.৮০ ছেকেণ্ড৷
Read More...

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰৰ অসমত ভলীবল একাডেমী গঢ়াৰ পৰামৰ্শ

ভাৰতীয় ভলীবল দলৰ অধিনায়ক বিনীত কুমাৰউত্তৰপ্ৰদেশৰ মজফ্ফৰ জিলাত ১৯৯১ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল। সৰুৰে পৰাই ভলীবল খেলৰ প্ৰতি থকা আগ্ৰহৰ বাবে তেওঁ দোপদদোপে উন্নতি কৰি ২০২০ চনত ভাৰতীয় ভলীবল দলৰ নিৰ্ভৰযোগ্য স্পাইকাৰ হোৱাৰ লগতে দলটোৰ
Read More...

ইতিহাস ৰচি অলিম্পিকলৈ ভাৰতৰ সাঁতোৰবিদ সাজন প্রকাশ

‘এ’ ষ্টেণ্ডার্ড টাইম অনুসৰণ কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিহাস ৰচিছে সাজন প্রকাশে৷ ইটালীৰ ৰোমত অনুষ্ঠিত ছেট্টি ক’লি ট্রফী ছুইমিঙৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৬.৩৮ ছেকেণ্ডেৰে তেওঁ
Read More...

ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনা হাতত লবলৈ নতুন চৰকাৰক আহ্বান

ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছাৰি বিগত পাঁচ বছৰত অসমত বিভিন্ন আন্তৰ্জাতিক খেল সফলতাৰে সমাপন কৰি ক্ৰীড়াৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমৰ ক্ৰীড়াই এতিয়াও যেন লক্ষ্যত উপনিত হ'ব পৰা নাই। অৱশ্যে ইয়াৰ
Read More...

অলিম্পিক আৰু অসমীয়া ক্ৰীড়াবিদ…

আন্তৰ্জাতিক পৰ্য্যায়ত এগৰাকী উদীয়মান খেলুৱৈয়ে ব্যক্তিগতভাৱে সাফল্য অৰ্জন কৰিলে পৰিয়াল, ৰাজ্য আৰু দেশৰ জনগণে আনন্দিত আৰু গৌৰৱান্বিত হোৱাটো স্বাভাৱিক। কিন্তু সেই আনন্দ আৰু গৌৰৱক প্ৰকাশ কৰাৰ পন্থা আৰু স্তৰৰ ওপৰত সেই প্ৰতিভাৱান ব্যক্তি
Read More...

প্ৰচাৰ বিমুখ ক্ৰীড়া সংগঠক হিতেশ দাসৰ কথাৰে। ক্ৰীড়াৰ নামতে বন্ধ হৈছে পানদোকান

কিমান উৎসাহী হলে, কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব পাৰিলে বা খেলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম থাকিলে এজন ক্ৰীড়া নেখেলা ল'ৰাই সফল ক্ৰীড়া সংগঠক হচাপে প্ৰতিস্থিত হ'ব পাৰে সেই কথা নলবাৰী জিলাৰ জাজিয়াবাৰী গাওঁৰ প্ৰয়াত প্ৰফুল্ল দাস আৰু কামিনি দাসৰ
Read More...

স্পষ্ট নীতি নিৰ্দেশনাৰ অভাৱত ভুগিছে শাৰীৰিক নিৰ্দেশক সকল

যেতিয়ালৈকে বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা নহয় তেতিয়ালৈ অসমৰ ক্ৰীড়াৰ উন্নতি হ'ব নোৱাৰে এই কথা বাৰে বাৰে সচেতন ক্ৰীড়াপ্ৰেমী ৰাইজে কৈ আহিছে। ইতিমধ্যে অইন ৰাজ্যসমূহত ক্ৰীড়াক বিদ্যালয় সমূহত বাধ্যতামূলক
Read More...

ধিং এক্সপ্রেছ হিমা দাসৰ আন এক সাফল্য

পাটিয়ালাত অনুষ্ঠিত ভাৰতীয় গ্ৰাঁ প্ৰিত ৪×১০০ ৰিলে’ ৰেচত ৩ সহযোগীৰ সৈতে স্বৰ্ণ জয় হিমাৰ ০.০৮ ছেকেণ্ডৰ বাবেহে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা
Read More...