Breaking

Browsing Category

ক্রীড়া-জগত

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলত নথকাত অৱসৰৰ চিন্তা কৰিছিল ষ্টুৱাৰ্ট ব্ৰডে

অনলাইন বাৰ্তা, ৩ আগষ্ট : ইংলেণ্ডৰ ফাষ্ট বলাৰ ষ্টুৱাৰ্ট ব্ৰডে প্ৰকাশ কৰিছে যে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে তিনিখন মেচৰ ছিৰিজৰ উদ্বোধনী টেষ্টত ৰাষ্ট্ৰীয় দলৰ পৰা আঁতৰি থাকি অৱসৰ লোৱাৰ বিষয়টো বিবেচনা কৰিছিল ৷ ছাউদাম্পটনত ইংলেণ্ডৰ চাৰি উইকেটত
Read More...

ন’ বলৰ সিদ্ধান্ত দিয়াৰ নিয়ম সলনি আইচিচিৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিভিন্ন মেগা টুৰ্নামেণ্টত আম্পায়াৰৰ ভুলৰ বাবে খেলৰ গতি সলনি হয় ৷ এনেবোৰ কথা লক্ষ্য কৰি আছে আইচিচিয়ে ৷ এইবাৰ আইচিচিয়ে ন’ বলৰ ক্ষেত্ৰত নিয়ম সলনি কৰিব ৷ এদিনীয়া ক্ৰিকেটত ঘটিব এই অভিনৱ ঘটনা ৷ এতিয়া ন’ বল কল কৰাৰ
Read More...

আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলৰ ঘোষণা : ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰশ্বাহিত আইপিএল

দৈনন্দিন বাৰ্তা ডেস্ক : সংযুক্ত আৰব আমিৰশ্বাহিত অহা ১৯ ছেপ্টেম্বৰৰ পৰা আইপিএল অনুষ্ঠিত হ’ব ৷ এই কথা জনাইছে আইপিএলৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে ৷ টি-২০ বিশ্ব কাপ পাছৰ বছৰলৈ পিছুৱাই যোৱাৰ পাছত আইপিএলক অনুষ্ঠিত কৰাক লৈ চৰ্চা চলি আছিল৷ ভাৰতীয়
Read More...

ড’প টেষ্টত ব্যৰ্থ বাহৰেইনৰ এথলেট : এছিয়ান গেমছত সোণৰ পদক লাভ হীমা দাসৰ

দৈনন্দিন বাৰ্তা ডেস্ক : এছিয়ান গেমছৰ ট্ৰেকত হিমা দাসে লাভ কৰিলে আন এটা সোণৰ পদৰ ৷ স্মতৰ্ৱ্য যে ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতৰ ৪× ৪০০ মিটাৰ মিক্স দলটোৱে লাভ কৰিছিল ৰূপৰ পদক ৷ ভাৰতৰ এইটো দলত আছিল মহম্মদ আনাছ, হীমা দাস, পোভাম্মা আৰু
Read More...

কাটাৰত ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰত বিশ্ব কাপ ফুটবল ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব বিশ্ব কাপ ফুটবল ৷ উল্লেখ্য যে প্ৰথমবাৰৰ বাবে শীতকালত এই ফুটবল বিশ্ব কাপ অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে শীতকালত পুৰুষৰ বিশ্ব কাপ ফুটবল অনুষ্ঠিত হোৱা নাছিল ৷ এইবাৰ
Read More...

১৭ খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰীৰ আলোচনা…

দৈনন্দিন বাৰ্তা ডেস্ক : যুৱ বিষয়ক, ক্ৰীড়া মন্ত্ৰালয় আৰু ১৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে মঙলবাৰে ভৱিষ্যতৰ ক্ৰীড়াৰ কৰ্মসূচী পৰিকল্পনাৰ বাবে এক মতবিনিময় কৰে৷
Read More...

টেনিছৰ পৰা অৱসৰ লোৱাৰ সময় চাপি আহিছে ৰ’জাৰ ফেদেৰাৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ২০ বাৰ গ্ৰেণ্ড শ্লাম চেম্পিয়ন ৰ'জাৰ ফেদেৰাই স্বীকাৰ কৰিছে যে তেওঁ টেনিছৰ পৰা অৱসৰ লোৱাৰ সময় চাপি আহিছে ৷ কিন্তু জোৰ দিছিল যে তেওঁৰ দুৰ্দান্ত কেৰিয়াৰ শেষ হৈ গ’লে এই খেল বহু পৰিমাণে হেৰুৱাই পেলাব ৷ অহা মাহত ৩৯ বছৰ
Read More...

বাতিল হ’ল এছিয়া কাপ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা ভাইৰাছৰ বাবেই বাতিল হ’ল এছিয়া কাপ ৷ বুধবাৰে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে এই কথা নিশ্চিত কৰে ৷ গাংগুলীয়ে কয়, ছেপ্টেম্বৰত এছিয়া কাপ হোৱাৰ কথা আছিল ৷ এইবাৰ এছিয়া কাপৰ আয়োজক আছিল পাকিস্তান ৷ শ্ৰীলংকাত এই
Read More...

কলিয়াবৰৰ ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ক্ৰীড়াৰ উত্তৰণত নৱতম সংযোজন । বিধায়কৰ চিগনেচাৰ আঁচনিৰ…

কলিয়াবৰ : কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি. আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া পেভিলিয়নখনো প্ৰাক্তন দৌৰবিদজনে নিজ হাতেৰে উন্মোচন কৰিছিল।
Read More...

টছতে বৰ্ষা বিঘ্নিত : বেটিং কৰাৰ সিদ্ধান্ত ইংলেণ্ডৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনা আতংকৰ মাজতে কি দৰে আন্তৰ্জাতিক ক্ৰিকেট আৰম্ভ কৰিব পাৰি তাকে লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল ক্ৰিকেটপ্ৰেমী সকলে ৷ অৱশেষত কৰোনা সংক্ৰমণৰ পাছত বন্ধ হৈ থকাৰ পাছত প্ৰথমখন আন্তৰ্জাতিক ক্ৰিকেট আজিৰ পৰা আৰম্ভ হ’ল
Read More...