ক্রীড়া-জগত

Virat Kohli-Anushka Sharma: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত অনুষ্কাৰ সৈতে বিমানবন্দৰত দেখা গ’ল বিৰাট কোহলীক

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা বিৰাট কোহলিয়ে পাপাৰাজীক কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অনুষ্কা শৰ্মাই?(Virat Kohli-Anushka Sharma)

Virat Kohli: টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’বলৈ সাজু হৈছে কোহলী, নাকচ কৰিলে ব’ৰ্ডৰ অনুৰোধ

বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ব’ৰ্ডৰ বিষয়াসকলক অৱগত কৰিছে। ৰোহিত শৰ্মাৰ পিছত কোহলীৰ এই সিদ্ধান্তত তেওঁলোক চিন্তিত হৈ পৰিল।(Virat Kohli)

Rohit Sharma: ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰ, কোনে নেতৃত্ব দিব দলক?

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰোহিত শৰ্মাৰ। ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে অৱসৰ টীম ইণ্ডিয়াৰ অধিনায়কজনৰ। আই পি এলৰ মাজতে হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মাই। আই পি এল শেষ হ’লেই ইংলেণ্ডলৈ যাত্ৰা কৰিব ভাৰত। দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব।(Rohit Sharma)

CHESS: গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈয়ে লাভ কৰিলে ফিডে ৰেটিং

গুৱাহাটী দবা একাডেমীৰ চাৰিগৰাকী খেলুৱৈ, ৰিষভ কুমাৰ,(CHESS) চায়াঙ্ক ঠাকুৰিয়া, আৰাধ্যা ভৰদ্বাজ আৰু আদিত্য দেৱক ফিডে ৰেটিং প্ৰদান কৰা হৈছে।

Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ

ৰাজস্থান ৰয়েলছৰ হৈ শতক অৰ্জন কৰাৰ(Vaibhav Suryavanshi)পাছতেই সংবাদ মাধ্যমক মন্তব্য কৰি বৈভৱ সূৰ্যবংশীয়ে ক'লে, 'মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছে।

Popular