ক্রীড়া-জগত

অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব

অসম সন্তান ৰিয়ান পৰাগক INDIA-A দলৰ উপ অধিনায়কৰ দায়িত্ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শুভেচ্ছা জনাই ৰিয়ান পৰাগক।

World Cup 2026 song: নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা

নতুন থিম ছঙলৈ বিশ্বকাপত পুনৰ যাদু দেখুৱাবলৈ সাজু ছাকিৰা৷ হয়, ফুটবল বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু৷

ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত এম এছ ধোনী

ঝাৰখণ্ডৰ সৰ্বাধিক আয়কৰ দিয়া ব্যক্তি হিচাপে পৰিগণিত এম এছ ধোনী। ২ ৰাজ্যৰ পৰা আয়কৰ বিভাগে সংগ্ৰহ কৰিলে প্রায় ২০ হাজাৰ কোটি টকা।

অসমৰ ক্ৰিকেটপ্রেমীৰ বাবে ভাল খবৰ…

অসমৰ ক্ৰিকেটপ্রেমীৰ বাবে ভাল খবৰ। ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ইণ্ডিয়া A দলত ২ অসম কন্যা। ভাৰতীয় দলত অন্তর্ভুক্ত হৈছে অসমৰ উমা ছেত্রী আৰু জিন্টিমণি কলিতা।

ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ, অভিলেখ উইকেট দখল কৰা কোন এই পাঁচজন টি-২০ শ্ৰেষ্ঠ বলাৰ

ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ, অভিলেখ উইকেট দখল কৰা কোন এই পাঁচজন টি-২০ শ্ৰেষ্ঠ বলাৰ। টি-২০ ক্ৰিকেটক বেটছমেনৰ ফৰ্মেট বুলি গণ্য কৰা হয়।

Popular