Breaking

Browsing Category

ক্রীড়া-জগত

ব্ৰাজিলৰ বধিৰ অলিম্পিকলৈ অসমৰ প্ৰতিভাৱান খেলুৱৈ অভিনন্দন গোস্বামী

অসমবাসীৰ বাবে এক সুখবৰ। ব্ৰাজিলত মাৰ্চৰ ১ তাৰিখৰ পৰা ১৫ এপ্ৰিল পৰ্যন্ত অনুষ্ঠিত হ’বলগীয়া বধিৰ অলিম্পিক (Deaflympics) লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ প্ৰতিভাৱান সমৰ কলাবিদ অভিনন্দন গোস্বামীয়ে। ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে প্ৰতিভাৱান
Read More...

ইউক্ৰেইনৰ এগৰাকী ফুটবলাৰৰ যুদ্ধ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ!

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ মাজত ভয়ংকৰ সংঘৰ্ষ।বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত হঠাতে আক্ৰমণ চলাই।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি খেলুৱৈ সকলেও ভয় খাইছে।ক্ৰীড়া জগতৰ খেলুৱৈ সকলে যুদ্ধ বন্ধ কৰিবলৈ কাতৰ আহ্বান জনোৱা
Read More...

ভয়াবহ বিপদ সংকুলৰ মাজৰে চলিছে যান-বাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রীয়ে

যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিভাগীয় কৰ্তৃপক্ষই । কুম্ভকর্ণ নিদ্ৰাত স্থানীয় প্ৰশাসন । ভয়াবহ বিপদ সংকুলৰ মাজত চলিছে যানবাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রী । ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ
Read More...

শাসক-বিৰোধী উভয়ে অব্যাহত ৰাখিছে সোণাৰি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

অহা ছয় মাৰ্চত অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাৰি পৌৰসভাত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি তথা মিত্ৰ দল অসম গণ পৰিষদৰ লগতে কংগ্ৰেছ তথা
Read More...

বৰক্ষেত্ৰীৰ বামুনবড়ীত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী খেলপথাৰত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে আৰিয়ান মটৰচৰ স্বত্বাধিকাৰী জিতু আহমেদে । স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি
Read More...

বিকল ধাৰাপুৰ পানী যোগান আঁচনি

গুৱাহাটী মহানগৰীৰ পশ্চিম -প্ৰান্তৰ ধাৰাপুৰ পানী যোগান আঁচনিখন বিগত প্ৰায় দহ দিন ধৰি বিকল হৈ থকাৰ ফলত স্থানীয় গাওঁবাসী পৰিয়াল ভীষণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । উল্লেখ্য যে ধাৰাপুৰ পানী যোগান আঁচনিখনৰ অধীনত বৃহত্তৰ ধাৰাপুৰ মাজৰবাহাৰ ,
Read More...

লাহৰীঘাটৰ গেৰুৱাত POCSO ACT ৰ সজাগতা সভা

লাহৰীঘাটৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত POCSO ACT 2012 আৰু বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা সভাত মৰিগাঁও জিলাৰ ভয়াবহ ব্যাধিৰ সন্দৰ্ভত কেবাটাও দিশ উন্মোচিত হয়। মৰিগাঁৱত অসমৰ ভিতৰতে অভিলেখ সংখ্যক শিশু যৌন নিৰ্যাতন, বাল্য বিবাহ আৰু
Read More...

ঘগ্ৰাপাৰত নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান

ভাল মানুহক সমাজে স্মৰণ আৰু শ্ৰদ্ধা কৰে।সমৰ্পিত মনোভাৱেৰে আত্মীয় ,সহোদৰ আৰু ৰাইজক সময় দিব লাগে।সেই সময়েই দস্টাবেজৰ সৃষ্টি কৰে ; এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি,বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ।নলবাৰীৰ প্ৰাক্তন
Read More...

আজি ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ কলকাতাৰ ইডেন গাৰ্ডেনত

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা। ৩ খন মেচৰ এদিনীয়া শৃংখলাত আলহী দলটোক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতীয় দলটোৱে টি-২০ শৃংখলাও দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।
Read More...

নব প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫দিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ

ওদালগুৰিত SSBৰ 23BN লালপুল শিৱিৰৰ প্ৰশংসণীয় পদক্ষেপ ৷নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে ৷ওদালগুৰি জিলাৰ সোনাই খেল পথাৰত আয়োজন কৰে এই বিনামূলীয়া
Read More...