Breaking

Browsing Category

ক্রীড়া-জগত

ৰাষ্ট্ৰীয় দবাত উজলিল অসমৰ মৃণ্ময় ৰাজখোৱা

৯ এপ্ৰিলৰ পৰা ১৪এপ্ৰিল, ২০২২লৈ কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ 12 বছৰ ৰাষ্ট্ৰীয় দবাত অসমৰ মৃণ্ময় ৰাজখোৱাই ৮.৫ পইণ্ট সংগ্ৰহ কৰি ষষ্ঠ স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
Read More...

মানিকপুৰত বহাগী বিদায় উদযাপন সমিতিয়ে পালন কৰিলে বহাগ বিহু…..

প্ৰকৃতিৰ নতুন পৰশেৰে কুলি-কেতেকীৰ সুমধুৰ গীতৰ ছন্দত ৰাঙলী হোৱা অসমীয়াৰ প্ৰাণৰ উংসৱ বহাগক নেৰা-নেপেৰা বৰষুণেও যেন ম্লান কৰিব পৰা নাই । চৌদিশে এতিয়া ঢোলৰ গুমগুমণী , আপোন বহাগ ক আদৰিবলৈ এতিয়া ৰাজ্যত ব্যাপক প্ৰস্তুতি।ঢোল-পেপাঁৰ মাতত
Read More...

৮ বছৰ আগৰ এটা ঘটনাঃ কৌতুহল ভাৰতীয় ক্ৰিকেটত!

৮ বছৰ আগৰ এটা ঘটনাই কৌতুহলৰ সৃষ্টি কৰি আহিছে ভাৰতীয় ক্ৰিকেট মহলত। ২০১৩ চনৰ পৰা IPLত যুজৱেন্দ্র চাহালে ধাৰাবাহিক বাবে স্থান পাবলৈ সক্ষম হৈছে। বেঙ্গালুৰত অনুষ্ঠিত এখন মেচত জয় লাভ কৰি পাৰ্টি কৰি আছিল মুম্বাই ইণ্ডিয়ানছৰ ক্রিকেটাৰ সকলে।
Read More...

ভাৰত-পাকিস্তান শৃংখলা ১০ বছৰৰ পৰা হোৱা নাই,অতি সোনকালে অনুৰাগীসকলে ভাৰত-পাকিস্তান শৃংখলা চাবলৈ পাব

ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়ালৈকে তিনিওটা ফৰ্মেটত মুঠ ৩৩ টা দ্বিপাক্ষিক শৃংখলা খেলা হৈছে (টেষ্ট, এদিনীয়া, টি-20)। দুয়োটা দলে শেষবাৰৰ বাবে ২০১২ চনত ইজনে সিজনৰ মুখামুখি হৈছিল।ক্ৰিকেট অনুৰাগীসকলে ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখনৰ বাবে
Read More...

যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে

আই পি এলত হাৰ্ডিক বাহিনীৰ বৃহৎ জয়।যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে ।ৰাহুল টেৱাতিয়াৰ ২ টাকৈ অভাৰ বাউণ্ডেৰীৰে গুজৰাট টাইটানছৰ বিজয় সাব্যস্ত ।শতকৰ বাবে ৪ ৰাণত থমকিল শুভমন গিল ।
Read More...

প্ৰাক্তন অধিনায়ক ধোনীৰ বাবে আহিছে এটা বেয়া খবৰ….

চলিত ছিজনৰ আইপিএলত বিধ্বস্ত চেন্নাই ছুপাৰ কিংছ তথা পূৰ্বৰ চেম্পিয়ন দল । তিনিখন মেচৰ ভিতৰত এখনো মেচত জয়লাভ কৰিবলৈ সক্ষম নোহোৱা চেন্নাইৰ প্ৰাক্তন অধিনায়ক ধোনীৰ বাবেও আহিছে এটা বেয়া খবৰ । টাটা আইপিএলত ধোনীৰ অভিনীত বিজ্ঞাপন হ’ব বন্ধ । উক্ত
Read More...

পাঞ্জাৱত আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈক গুলীয়াই হত্যা!

পঞ্জাৱৰ পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত মঙলবাৰে নিশা সংঘটিত সংঘৰ্ষৰ পিছতে গুলীয়াই হত্যা কৰা হয় আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ ধৰমিন্দৰ সিঙক। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ মাৰ্চত জলন্ধৰত আন এজন আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং
Read More...

ৰাষ্ট্ৰীয় অভিলেখেৰে ফেডাৰেছন কাপত স্বৰ্ণপদক লাভ হিমা, অম্লানৰ…

ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নৱতম চাঞ্চল্য হিচাপে চিহ্নীত হৈছে অসমৰ অম্লান বৰগোঁহাই। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰি অসমৰ এইগৰাকী খেলুৱৈয়ে অৰ্জন কৰিছে স্বৰ্ণ পদক। কেৰালাৰ কালিকটত অনুষ্ঠিত হৈ থকা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেচন
Read More...

দিল্লী চৰকাৰে দিল্লীৰ খেলুৱৈসকলক সম্বৰ্ধনা জনায়,যিসকলে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ পদক…

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টকিঅ' অলিম্পিক ২০২০ত ভাৰতৰ হৈ পদক অনা দিল্লীৰ খেলুৱৈসকলক সম্বৰ্ধনা জনায় আৰু দিল্লী সচিবালয়ত দেশক প্ৰতিনিধিত্ব কৰে আৰু কয় যে আমাৰ দেশত প্ৰতিভাৰ কোনো অভাৱ নাই। কৰবাত চৰকাৰে তেওঁলোকৰ কাম সঠিকভাৱে কৰিব পৰা
Read More...

আউট নহ’ল এজনো! ক্ৰীজৰ এটা প্ৰান্তত দুজন বেটছমেন কিয়?

আইপিএলৰ জ্বৰত আক্ৰান্ত ক্ৰীড়ানুৰাগী। তাৰে মাজতে পোহৰলৈ আহিছে এক আশ্চৰ্যকৰ খবৰ। খেলৰ অন্তত ক্ৰীড়ানুৰাগীয়ে অনুভৱ কৰিছে যে, ইনিংছৰ ১৯ সংখ্যক অ’ভাৰত শ্ৰেয়াছ আয়াৰে ভেঙ্কটেশ আয়াৰৰ হাতত বল তুলি দিব নালাগিছিল। শ্ৰেয়াছ আয়াৰক সমালোচনা কৰাৰ
Read More...