ৰিয়ানৰ বিৰুদ্ধে কঠোৰ BCCI: জৰিমনা বিহিলে ৰিয়ান পৰাগক


ৰিয়ান পৰাগৰ বিৰুদ্ধে কঠোৰ BCCI।

জৰিমনা বিহিলে ৰিয়ান পৰাগক।

নিয়ম উলংঘা কৰা বাবে BCCI-এ জৰিমনা বিহিলে ৰিয়ান পৰাগক।

মেচ ফীৰ ২৫ শতাংশ কৰ্তন BCCIৰ।

ৰিয়ানলৈ ১টা ডিমেৰিত পইন্ট অর্পণ BCCIৰ।

ড্ৰেছিং ৰূমত ভেপিং কৰা দৃশ্য বন্দী হৈছিল কেমেৰাত।

IPLৰ খেলুৱৈ দলীয় আচৰণবিধিৰ লেভেল-১ ভংগ কৰাৰ বাবে কঠোৰ BCCI।

পঞ্জাব কিংছৰ বিৰুদ্ধে IPLৰ খেল চলি থকাৰ সময়তে ৰিয়ান পৰাগে ই-চিগাৰেট সেৱন কৰা ধৰা পৰিছিল কেমেৰাত।

তাকে লৈ বিতৰ্কত সোমাই পৰিছিল ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাগৰাকী।






Related Articles