ক্রীড়া-জগত

Smriti Mandhana: ডুবাইত স্মৃতি মান্ধনাৰ চিটী ক্ৰিকেট একাডেমী মুকলি, মুখ্য প্ৰশিক্ষক অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ ডন ভাগৱতী

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ আইকন স্মৃতি মান্ধানাই(Smriti Mandhana) ডুবাই আন্তঃৰাষ্ট্ৰীয় একাডেমী আল বৰ্ষাত ‘চিটি ক্ৰিকেট একাডেমী’ নামেৰে এক আন্তৰ্জাতিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিছে৷

Athiya Shetty KL Rahul: আঠিয়া শ্বেট্টী আৰু কে এল ৰাহুলে ৰাখিলে কন্যা সন্তানৰ এটি মৰমলগা নাম, নামৰ অৰ্থ জানিলে হাঁহিব আপুনি !

২৪ মাৰ্চত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুল কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। এতিয়া দম্পতীহালে কন্যাক এটা মৰমলগা নাম দিছে, যাৰ অৰ্থ জানিলে আপোনাৰ মুখতো এটা মৰমলগা হাঁহি ওলাব। শেহতীয়াকৈ দম্পতীহালে কন্যাৰ সৈতে এখন মৰমলগা ফটোও শ্বেয়াৰ কৰিছে।(Athiya Shetty KL Rahul) 

India Women’s Pancha Silat League: ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ: ২০২৫ত অসমৰ ১১ টা পদক জয়

২০২৫ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসমৰ বিভিন্ন জিলাৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।(India Women's Pancha Silat League)

Virat Kohli: ১৪ বছৰ আগৰ IPLৰ এটা সাক্ষাৎকাৰ চাই আচৰিত কোহলী !

অৱশ্যে প্ৰথমবাৰৰ বাবে মেন অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত বিৰাট কোহলীয়ে দিয়া সাক্ষাৎকাৰটো শুনি আচৰিত হৈ পৰে তেওঁ নিজেই।(Virat Kohli)

Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক, গোগামুখ, ৯ এপ্ৰিলঃ  গোৱাৰ ওটৰদাত অনুষ্ঠিত হোৱা  ড্ৰীম  স্প’ৰ্ট ছোৱালীৰ ১৭ বছৰ  অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বপত অসমৰ ছোৱালী ফুটবল দলে(Assam Girls Football Team) অগ্ৰগতি লাভ কৰিছে৷(National Football Championship)

Popular