Breaking

Browsing Category

ক্রীড়া-জগত

ব্যতিক্ৰমী ফুটবল খেলেৰে শ্ৰদ্ধা জ্ঞাপন বোকাখাতৰ অৱসৰমুখী অধ্যাপকলৈ…

বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সুবোধ বৰা উজনি অসমৰ এগৰাকী সুদক্ষ খেলুৱৈ, ক্ৰীড়া লেখক, স্থানীয় স্তৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে সফল ক্ৰীড়া সংগঠক তথা অঞ্চলটোৰ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে খেলুৱৈৰ মাৰ্গ-দৰ্শক ৰূপে সু পৰিচিত
Read More...

খেল’ ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ তিনি খেলুৱৈ…

প্ৰথম বাৰৰ বাবে অসমৰ ৩ গৰাকী কাৰাটে খেলুৱৈয়ে খেল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ নিৰ্বাচিত হৈ ইতিহাস সৃষ্টি কৰিছে। বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন ২০২১ চনতে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোভিডৰ বাবে পিছুৱাই দিয়া হৈছিল।
Read More...

গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ পাবেল চেম্পিয়ন…

প্ৰথম গুৱাহাটী মুকলি আন্ত: ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগীতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছেচ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প"নকাৰট'ভ পাবেলে। ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ পাবেলে দশম তথা চূড়ান্ত ৰাউণ্ড পাৰগুৱে গ্ৰেণ্ডমাষ্টাৰ ডেলগুদু
Read More...

বিশ্বৰেকৰ্ড স্পৰ্শ ভাৰতীয় অধিনায়কৰ….

মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এটা ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰিছে অধিনায়ক মিতালী ৰাজে। বিশ্বকাপত সৰ্বাধিক অৰ্ধশতকৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত
Read More...

ঘগ্ৰাপাৰৰ দুগৰাকী কণমানিৰ কাষত সমাজসেৱিকা জুলি ডেকা বৰুৱা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছিত কালি নিশা ঘাটমাউৰা কণমানি নন্দিতা আৰু ৰিদিপৰ কাষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী,সমাজসেৱিকা জুৰি ডেকা বৰুৱাই উপস্থিত হৈ কিছু আৰ্থিক সাহাৰ্য,
Read More...

শতৰান বিহীন কোহলীৰ ৮৪০ দিন…

ভাৰত-শ্ৰীলংকাৰ মাজত চলি আছে দ্বিতীয় টেষ্ট। এম চিন্নাস্বামী ষ্টেডিয়ামত আজি দ্বিতীয় টেষ্টৰ প্ৰথমটো দিন। প্ৰথম ইনিংছত বেট কৰাৰ সিদ্ধান্ত লোৱা ভাৰতে কঠিন পৰিস্থিতিৰ মাজেৰে গতি কৰিছে।প্ৰত্যাশিত নহ’ল ভাৰতৰ ইনিংছ। অ’পেনাৰৰ পৰা আৰম্ভ কৰি মিডিল
Read More...

মিডিয়া ক্ৰিকেটত পুনৰ চেম্পিয়ন গুৱাহাটী প্ৰেছ ক্লাব…

অসম ক্ৰীড়া সাংবাদিক সন্থাই আয়োজন কৰা টপচেম আন্ত: মিডিয়া ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অক্ষুন্ন ৰাখিলে গুৱাহাটী প্ৰেছ ক্লাৱে। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত গুৱাহাটী প্ৰেছ ক্লাৱে ১১ ৰানত পৰাস্ত কৰিলে মিডিয়া মেনেজমেণ্টক। টছত
Read More...

সৰুসজাইত সামৰণি পৰিল ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা, কোন হ’ল শ্ৰেষ্ঠ দল?

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰিল ৪৩ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা। ৮ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে।
Read More...

অতীত হ’ব নেকি ৰোহিতৰ পুল শ্বট!

ৰোহিত শৰ্মা মানে পুল শ্বটৰ ৰজা। বিশ্বৰ বহু তাৰকা পেচাৰে ৰোহিতক নিয়ন্ত্ৰণ কৰিবলৈ বাউঞ্চাৰ প্ৰক্ষেপ কৰা দেখা যায়। কিন্তু অনিৰুদ্ধ ৰোহিতে সেই বাউঞ্চাৰকো একাধিক বাৰ বাউণ্ডেৰীৰ সিপাৰলৈ পঠিওৱা দেখিবলৈ পোৱা গৈছে। পাছে এইবাৰ ৰোহিত শৰ্মাক সুনীল
Read More...

কি দুঃশ্চিন্তাই খুলি খাইছে বিৰাট কোহলীক?

বিৰাট কোহলীয়ে তেওঁৰ ৫২ সংখ্যক টেষ্ট খেলৰ সময়ত ৫০ গড় অতিক্ৰম কৰিছে। ৪৯ সংখ্যক টেষ্ট মেচখনলৈকে কোহলীৰ এই গড় আজিও বৰ্তমান। এইবাৰ যেন বিৰাট কোহলীৰ ৰান ৰেটক লৈ উদ্বিগ্ন হৈ পৰিছে ক্ৰীড়ানুৰাগী।স্মৰ্তব্য যে, বিৰাটে টি-২০ আৰু টেষ্ট
Read More...