Breaking

Browsing Category

ক্রীড়া-জগত

ভাৰোত্তোলক মীৰাবাই চানুৱে ২০২১ ৰ বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰে

ভাৰোত্তোলক মীৰাবাই চানুৱে ৰাজহুৱা ভোটৰ পিছত ২০২১ চনৰ বাবে বিবিচি ইণ্ডিয়ান স্পৰ্টছৱমেন অফ দা ইয়েৰ বঁটা লাভ কৰিছে।অলিম্পিকৰ ৰূপৰ পদক বিজয়ী গৰাকীয়ে গল্ফাৰ অদিতি অশোক, বক্সাৰ লভলিনা বৰগোহাঁই, পেৰা-শ্বুটাৰ অৱনী লেখাৰা আৰু বেডমিণ্টন খেলুৱৈ
Read More...

আজি আই পি এলৰ ৰাজস্থান ৰয়েলছে প্ৰথমখন মেচ খেলিব

ৰাজস্থান ৰয়েলছে ৬.৫০ কোটি টকাত ক্ৰয় কৰিছিল ।ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা যুজবেন্দ্ৰ চাহালে এই আই পি এল ছিজনত ৰাজস্থান ৰয়েলছৰ জাৰ্চী পিন্ধি খেলপথাৰত প্ৰৱেশ কৰিব। এই সময়ৰ বৃহৎ নিলামত, ৰয়েল
Read More...

কামৰূপৰ দীৰ্ঘেশ্বৰীত চৌধুৰী বয়জ চেম্পিয়ন

কামৰূপ জিলাৰ উত্তৰ -গুৱাহাটীৰ দীৰ্ঘেশ্বৰী ডেকাবাৰী উত্তৰ ফুলুং খেল পথাৰত মা দীৰ্ঘেশ্বৰী নৱমিলন ক্লাবৰ উদ্যোগত দীৰ্ঘেশ্বৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সহযোগত সদৌ অসম ভিত্তিক তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা নৈশ প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত
Read More...

WWE তাৰকা ট্ৰিপল এইচ-এ আনুষ্ঠানিকভাৱে ইন-ৰিং প্ৰতিযোগিতাৰ পৰা অৱসৰ ঘোষণা কৰে

ডাব্লিউডাব্লিউই মল্লযোদ্ধা ট্ৰিপল এইচ, এ.কে.এ. পল লেভেস্কে প্ৰকাশ কৰিছিল যে তেওঁ এজন সক্ৰিয় মল্লযোদ্ধা হিচাপে নিৰ্বাচন কৰা হৈছে আৰু ইন-ৰিং প্ৰতিযোগিতাৰ পৰা অৱসৰ ঘোষণা কৰিছে। যোৱা ছেপ্টেম্বৰত লেভেস্কৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল, আৰু ৰিংটোৰ
Read More...

চতুৰ্থ বাৰলৈ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন তালুকদাৰৰ…

১০ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ চীনৰ হংজাওত অনুষ্ঠিত হ’ব ঊনবিংশতিতম এছিয়ান গেমছ। এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰ ‘এছিয়ান গেমছ’লৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে। দেওবাৰে অভিলেখ সৃষ্টি কৰি এছিয়ান
Read More...

এটা ন’ বলে কাঢ়িলে বিশ্বকাপৰ স্বপ্ন…

ৰুদ্ধশ্বাস অন্তিম অ’ভাৰ। এটা ন’ বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। দীপ্তি শৰ্মাৰ এটা ন’ বলৰ বাবে সামৰণি পৰিল বিশ্বকাপৰ যাত্ৰা। বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। মন কৰিবলগীয়া যে,
Read More...

আৰম্ভ হ’ল দৰঙৰ ঘিলাকুৰিত বৰদলৈ ট্ৰফী ফুটবল…

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাকুৰিত ৬৮ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ চিৰ ছয়খন খেল কাইলৈৰ পৰা অনুষ্ঠিত হব ৷ চাৰিটা আগশাৰীৰ দলৰ মাজত এই প্ৰতিযোগিতা ২৫- ৩০ মাৰ্চলৈ অনুষ্ঠিত হবলগীয়া
Read More...

তামুলপুৰত ৰেড হৰ্ণ প্ৰিমিয়াৰ লীগ ফুটবল…

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত নৱগঠিত তামুলপুৰ জিলাৰ দিঘিলীপাৰ সেনা ছাউনীস্থিত খেল পথাৰত চলি থকা ৰেড হৰ্ণ প্ৰিমিয়াৰ লীগ (আৰএইচপিএল) প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত পুৰুষৰ ছেমি ফাইনেলত চানৰাইজ এফ
Read More...

CSKৰ নতুন অধিনায়ক ৰবীন্দ্ৰ জাদেজা…

এটা যুগৰ আজি অৱসান ঘটিল। ভাৰতীয় দলৰ অধিনায়কত্ব এৰাৰ পিছত এইবাৰ আই পি এলৰ পৰা অধিনায়কত্ব ত্যাগ কৰিলে এম এছ ধোনীয়ে। ২৬ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব লগীয়া IPLত চেন্নাই ছুপাৰ কিংছক এতিয়াৰে পৰা নেতৃত্ব দিব দলটোৰ মুখ্য অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ
Read More...

বাহৰেইন মহিলা ক্ৰিকেট দলে অভিলেখ ভংগ কৰি টি ২০ মেচত ৩১৮ ৰাণ গঢ়িলে

বাহৰেইন মহিলা ক্ৰিকেট দলে মঙলবাৰে চৌদি আৰৱৰ বিৰুদ্ধে এখন টি-২০ খেলত ৩১৮/১ ৰাণ কৰাৰ পিছত এক নতুন অভিলেখ গঢ়িছিল। আল আমেৰাট ক্ৰিকেট গ্ৰাউণ্ড ওমান ক্ৰিকেটত অনুষ্ঠিত হোৱা এই মুখামুখি খেলখন GCC মহিলা টি-২০ চেম্পিয়নশ্বিপ ২০২২ৰ সপ্তম খন খেল আছিল
Read More...