ক্রীড়া-জগত

India Women’s Pencak Silat: ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ: ২০২৫ ত অসমৰ খেলুৱৈৰ সফলতা: ২য় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান

২০২৫ ত অসমৰ খেলুৱৈয়ে তিনিটা সোন আৰু চাৰিটাকৈ ব্ৰঞ্জসহ মুঠ সাতটা পদক জিনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।(India Women’s Pencak Silat)

Sachin Tendulkar: কলিয়াবৰৰ মিছা প’ল’ ক্লাবত শচীন তেণ্ডুলকাৰ, ভিৰৰ মাজতে শচীনৰ ডিঙিত অনুৰাগীৰ গামোচা

অসমলৈ এক ব্যক্তিগত ভ্ৰমণ সূচী লৈ অহা তেণ্ডুলকাৰে কলিয়াবৰৰ মিছাত বৃটিছৰ দিনতে স্থাপন কৰা প'ল' ক্লাবত দিনৰ প্ৰায় ডেৰ মান বজাত পৰিয়ালসহ উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। (Sachin Tendulkar)

IPL 2025: আজি IPLত কোন কাৰ সৈতে হ’ব মুখামুখি ?

আজি IPLত দুখনকৈ খেল।(IPL 2025) প্ৰথমতে কলকাতা নাইট ৰাইডাৰ্ছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ।

Sachin Tendulkar: সপৰিয়ালে কাজিৰঙাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ

দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷(Sachin Tendulkar)কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ।

Indian Pencak Silat Federation: ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰেশ্ব্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়’ৰ খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ

ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ'ৱলগীয়া আস্মিতা ৰাষ্ট্ৰীয় ছাব্‌-জুনিয়'ৰ খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।(Indian Pencak Silat Federation)

Popular