ক্রীড়া-জগত

জাপানৰ হাতত স্পেইনৰ ২-৩ গ’লৰ পৰাজয়ৰ বাবে জাৰ্মানীয়ে এইবাৰো পুনৰ প্ৰথম ৰাউণ্ডৰ পৰা প্ৰস্থান…

প্ৰথমাৰ্ধৰ শেষত জাপান আৰু স্পেইন একেটা স্ক’ৰলাইনত থিয় হৈছিল। জাপানৰ বিৰুদ্ধে স্পেইন এটা গ’লত আগবাঢ়ি আছিল। আনহাতে, কোষ্টা ৰিকাৰ ডিফেন্সত সুৰুঙা লাভ কৰাৰ পিছত...

ধৱন বা ৰাহুলে জানে বাংলাদেশ ভ্ৰমণত ৰোহিত শৰ্মাৰ ওপেনিং পাৰ্টনাৰ কোন হ’ব…

ভাৰতীয় দলটোৱে বাংলাদেশ ভ্ৰমণৰ পৰা এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ ওলাইছে। অধিনায়ক ৰোহিত শৰ্মাও খেলপথাৰলৈ উভতি আহিব। বাংলাদেশ ভ্ৰমণত তেওঁ দলটোক নেতৃত্ব...

ইংলেণ্ডে বিশ্ব অভিলেখ সৃষ্টি কৰিলে, ৰাৱালপিণ্ডিত এখন টেষ্ট মেচৰ একক দিনতে ৫০০ ৰান সংগ্ৰহ কৰা প্ৰথমটো দল…

পাকিস্তানৰ বিৰুদ্ধে ৰাৱালপিণ্ডি টেষ্টৰ প্ৰথম দিনাই ইংলেণ্ডে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বেন ষ্ট’কছৰ নেতৃত্বত গঠিত ইংলেণ্ড দলটোৱে তিনিখন খেলৰ শৃংখলাৰ প্ৰথমখন মেচৰ প্ৰথম...

২০৩৬ চনত অলিম্পিক অনুষ্ঠিত হ’ব গুজৰাটত ! মোদীৰ ৰাজ্যত প্ৰস্তুতি এতিয়া তুংগত…

ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাটো বহুতৰে বাবে এতিয়াও স্বপ্ন হৈয়েই ৰৈছে। খেলৰ সকলো আন্তঃগাঠনি থকাৰ পিছত ভাৰতে নিঃসন্দেহে অলিম্পিক অনুষ্ঠিত কৰিব পাৰে বুলি বহুতে ধাৰণা...

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২২ প্ৰদান কৰিব,কোনে কোনে লাভ কৰিব…

ৰাষ্ট্ৰপতি ভৱনত আজি বিয়লি ৪ বজাত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা ২০২২ প্ৰদান কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। টেবুল টেনিছৰ তাৰকা শৰথ কমল আচন্তক প্ৰদান কৰা হ’ব...

Popular