ক্রীড়া-জগত

Yuzvendra-Dhanashree Divorce: বৈবাহিক জীৱনৰ অন্ত পৰিব নেকি ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহালৰ? যুজবেন্দ্ৰ-ধনশ্ৰীৰ বিবাহ বিচ্ছেদৰ খবৰ চৰ্চাত!

২০২৫ চনৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ পত্নী ধনশ্ৰী ভাৰ্মা বিবাহ বিচ্ছেদৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে।যুজবেন্দ্ৰ-ধনশ্ৰী দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে।(Yuzvendra-Dhanashree)

Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ! ‘ব্লেক মেজিক’ নে আন কিবা?

যাদু, কাঁড় নিক্ষেপ—এই শব্দবোৰৰ সৈতে আমি সকলোৱে কম বেছি পৰিমাণে পৰিচিত। যাক আমি এটা শব্দত ‘ক'লা যাদু’ অথবা ‘ব্লেক মেজিক’ বুলি ক'ব পাৰো।(Lightning) সমগ্ৰ বিশ্বতে ক'লা যাদু বিশ্বাস কৰা বহু লোক আছে।

Jasprit Bumrah: যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত, বৰ্তমান খেলপথাৰৰ বাহিৰত বুমৰাহ!

যশপ্রীত বুমৰাহ আঘাতপ্রাপ্ত বৰ্তমান খেলপথাৰৰ বাহিৰত খেলুৱৈজন আঘাত কিমান গুৰুতৰ এতিয়াও স্পষ্ট কৰা নাই MANAGEMENT-এ(Jasprit Bumrah)

Virat Kohli-Anushka Sharma: বিৰাট নে অনুষ্কা, বিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ?

অনুৰাগীৰ মনত প্ৰশ্ন,ভিৰুষ্কাৰ সন্তান আকায় কাৰ দৰে দেখিবলৈ? তেতিয়াও সৰু ল’ৰা অকায়ৰ আভাস পোৱা নাছিল। এইবাৰ এজন নেট ইনফ্লুৱেন্সাৰে ক’লে, আকাই কেনেকুৱা আছিল।(Virat Kohli-Anushka Sharma)

Athiya Shetty Baby Bump: ২০২৫ত পিতৃ-মাতৃ হ’ব আথিয়া-ৰাহুল, প্ৰথমবাৰৰ বাবে বেবী বাম্প প্ৰদৰ্শন আথিয়া শ্বেট্টীৰ

নৱেম্বৰ মাহত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল সামাজিক মাধ্যমত। শেহতীয়াকৈ মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত গৰ্ভৱতী আথিয়া শ্বেট্টিয়ে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰা দেখা গৈছিল। অনুষ্কা শৰ্মাকো সেই সময়ত তেওঁৰ লগত দেখা গৈছিল।(Athiya Shetty Baby Bump)

Popular