ক্রীড়া-জগত

Virat Kohli: কোহলীৰ ক্ষোভ ! TVৰ ক্ৰীড়া অনুষ্ঠানত খেল বা খেলুৱৈৰ কথাহে কোৱাৰ প্ৰয়োজন

কোহলীয়ে বিচাৰে যে ক্ৰীড়া অনুষ্ঠানৰ আলোচনা নিৰ্দিষ্ট বিষয়ত সীমাবদ্ধ হওক। খেলৰ কথা বা খেলুৱৈৰ কথা কওঁক। তেওঁৰ মতে, ক্ৰিকেটাৰসকলে নিজৰ ব্যক্তিগত পছন্দ-অপছন্দৰ কথা ক’ব নালাগে।(Virat Kohli)

Rishabh Pant: ঋষভ পন্তৰ ঘৰত উদুলি মুদুলি পৰিৱেশ, উপস্থিত ধোনী আৰু সুৰেশ ৰাইনা

পন্তৰ ভনীয়েকৰ বিয়া, য’ত বহু ক্ৰিকেটাৰে কৰিছে অংশগ্ৰহণ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পন্তৰ ভনীয়েকৰ মেহেন্দিৰ ভিডিঅ'।(Rishabh Pant)

RJ Mahvash: কোন এই মেহৱাশ, সঁচাকৈয়ে মেহৱাশৰ প্ৰেমত পৰিছে নেকি চাহাল ?

ধনশ্ৰীৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত আলিগড়ৰ কন্যাৰ সৈতে সম্পৰ্কৰ উৰাবাতৰি! সঁচাকৈয়ে মেহৱাশৰ প্ৰেমত পৰিছে নেকি চাহাল ?(RJ Mahvash)

Yuzvendra Chahal: ভাৰত-নিউজিলেণ্ডৰ ফাইনেলত সুন্দৰী যুৱতীৰ সৈতে যুজবেন্দ্ৰ চাহাল, অনুৰাগীয়ে ক’লে – ধনশ্ৰীতকৈও ধুনীয়া…!

চেম্পিয়নছ ট্ৰফীৰ অন্তিমখন খেলত স্পিনাৰ যুজবেন্দ্ৰ চাহালক এগৰাকী ৰহস্যময়ী সুন্দৰী যুৱতীৰ সৈতে বহি থকা দেখা গৈছিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ফটো।(Yuzvendra Chahal)

Rohit Sharma: এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ নলয় ৰোহিতে, চেম্পিয়নছ ট্ৰফী জয়ৰ পিছত স্পষ্ট মন্তব্য অধিনায়ক ৰোহিত শৰ্মাৰ

‘এতিয়াও ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই’, চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত এই কথা স্পষ্ট কৰে অধিনায়ক ৰোহিত শৰ্মাই।(Rohit Sharma)

Popular