Breaking

Browsing Category

ক্রীড়া-জগত

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণ-ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ…

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণৰ আৰু ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ এগৰাকী মহিলা। চলিত মাহৰ ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স চেম্পিয়নশ্বিপ
Read More...

ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ! ভাৰত-পাকিস্তান মেচৰ বাবে বিশেষ প্ৰস্তুতি ৰে’ল বিভাগৰ…

ভাৰত-পাকিস্তান বিশ্বকাপ মেচঃ ভাৰত-পাকিস্তান ক্ৰিকেট মেচ চোৱা মানুহৰ ভিৰৰ পৰিপ্ৰেক্ষিতত মুম্বাই চেণ্ট্ৰেল আৰু আহমেদাবাদ ষ্টেচনৰ মাজত এযোৰ বিশেষ ছুপাৰফাষ্ট ৰে’ল চলাব। বুধবাৰে পশ্চিম ৰে'লৱেই এই তথ্য দিয়ে। অহা ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ
Read More...

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে
Read More...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ জয়ত আনন্দিত অনুষ্কা শৰ্মা, স্বামীৰ লগতে শ্বেয়াৰ কৰিলে ৰাহুলৰ…

দেওবাৰে ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে। অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ এই জয়ত সুখ প্ৰকাশ কৰিছে। দেওবাৰে সমগ্ৰ দেশতে এক উদযাপনৰ পৰিৱেশ। ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত
Read More...

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ খং…

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী! ছ'চিয়েল মিডিয়াত অনুৰাগীৰ খং। চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত এতিয়ালৈকে অনুষ্ঠিত হোৱা খেলসমূহত খালী ষ্টেণ্ড দেখা গৈছে। ভাৰত বনাম অষ্ট্ৰেলিয়া খেলতো বহুতো খালী চকী দেখা গৈছিল। চলিত
Read More...

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি…

নাজিৰাত মহিলা ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি। আজিৰে পৰা নাজিৰাৰ আঠখেল খেলপথাৰত মহিলাৰ বাবে ফুটবল প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে। আঠখেল লিঅ' ষ্টাৰ ক্লাবৰ উদ্যোগত আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধ তাৰ সহযোগত ১৫ দিনৰ বাবে এই
Read More...

স্বৰ্ণ পদকত ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ আবেভৰা চুম্বন ! এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত টীম ইণ্ডিয়াৰ…

স্বৰ্ণ পদকত ভাৰতীয় যুৱ ক্ৰিকেটাৰৰ আবেভৰা চুম্বন এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটত টীম ইণ্ডিয়াৰ স্বৰ্ণজয় । বৰষুণৰ বাবে বাতিল ফাইনেলৰ মেচ । উন্নত ৰেংকিঙৰ সুবাদত ঋতুৰাজ বাহিনীৰ সাফল্য । এছিয়ান গেমছৰ টি- টুৱেন্টী ক্ৰিকেটৰ
Read More...

১৯ বছৰ অনুৰ্ধ অসম মহিলা ক্ৰিকেট দলৰ অধিনায়ক বোকাখাতৰ অমন্তিকা মুণ্ডা…

উমা ছেত্ৰীৰ সাফল্যৰ পাছতে ক্ৰীড়াৰ ক্ষেত্ৰখনত বোকাখাতৰ বাবে পুনৰ এটা ভাল খবৰ ৷ এইবাৰ ৰাজ্যিক প্ৰেক্ষাপটত জিলিকিছে বোকাখাতৰ জীয়ৰীৰ নাম।
Read More...

নেপালক পৰাস্ত কৰি মহিলা কাবাডীৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ…

এছিয়ান গেমছৰ মহিলা কাবাডীৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ৷ ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাস্ত নেপাল৷
Read More...

খেলৰ দুদিনৰ পূৰ্বে ডেংগুত আক্ৰান্ত শুভমান গীল। ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ বিশ্বকাপৰ প্ৰথমখন মেচত ভাগ…

৮ অক্টোবৰত চেন্নাইত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ প্ৰথমখন মেচ। ডেংগুত আক্ৰান্ত হয় ভাৰতীয় ক্ৰিকেট দলৰ বেটাৰ শুভমান গীল। গীলৰ ডেংগু পজিটিভ পোৱা গৈছে আৰু সেয়েহে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনত
Read More...