Breaking

Browsing Category

ক্রীড়া-জগত

‘মিচিং অলিম্পিক’ -২০২৩ বৰ্ষৰ সফল সামৰণী ! ২০২৪ বৰ্ষৰ অক্টোবৰত  চিলাপথাৰৰ চিচিটঙানীত…

'মিচিং অলিম্পিক' -২০২৩ জ'নাই সফল সামৰণী ২০২৪ বৰ্ষৰ অক্টোবৰত চিলাপথাৰৰ চিচিটঙানীত দ্বিতীয় মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। জোনাই পবা খেলপথাৰত অনুষ্ঠিত “ মিচিং অলিম্পিক২০২৩” ৰ শুক্ৰবাৰে নিশা সফল সামৰণি পৰে। এখন
Read More...

ধেমাজি জিলাৰ জোনাইত টাকাম মিছিং প’ৰিন কেবাঙৰ উদ্যোগত মিছিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা

ধেমাজি জিলাৰ জোনাইত টাকাম মিছিং প’ৰিন কেবাঙৰ উদ্যোগত অনুষ্ঠিত হৈছে মিছিং অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা। দৈহিক আৰু মানসিক বিকাশ সাধনৰ লগতে যুৱক-যুৱতীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে উপযুক্ত মঞ্চ প্ৰদানৰ উদ্দেশ্য
Read More...

এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ…

এদিনীয়া ক্ৰিকেটত শুভমন গিলৰ অভিলেখ৷ হাছিম আমলাৰ ৰেকৰ্ড ভংগ কৰি অভিলেখ গিলৰ ৷ দ্ৰুততম ২ হাজাৰ ৰান সংগ্ৰহ কৰা বেটাৰ শুভমন গিল ৷
Read More...

শুভমান গিলৰ অৰ্ধশতকত আনন্দিত ছাৰা টেণ্ডুলকাৰ…

ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা খেলখনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল শুভমান গিলে। এই সময়ছোৱাত তেওঁ ৫৭ ৰান সংগ্ৰহ কৰে। গিলৰ প্ৰদৰ্শনক লৈ ছাৰা টেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ পৰিছে। কালি পুনেত ভাৰত আৰু বাংলাদেশৰ মাজত দেখা গ’ল বিশ্বকাপ ২০২৩ৰ
Read More...

বিপদত মহম্মদ ৰিজৱান ! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ…

বিপদত মহম্মদ ৰিজৱান! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ। ICCত অভিযোগ দাখিল উচ্চতম
Read More...

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণ-ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ…

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণৰ আৰু ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ এগৰাকী মহিলা। চলিত মাহৰ ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স চেম্পিয়নশ্বিপ
Read More...

ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ! ভাৰত-পাকিস্তান মেচৰ বাবে বিশেষ প্ৰস্তুতি ৰে’ল বিভাগৰ…

ভাৰত-পাকিস্তান বিশ্বকাপ মেচঃ ভাৰত-পাকিস্তান ক্ৰিকেট মেচ চোৱা মানুহৰ ভিৰৰ পৰিপ্ৰেক্ষিতত মুম্বাই চেণ্ট্ৰেল আৰু আহমেদাবাদ ষ্টেচনৰ মাজত এযোৰ বিশেষ ছুপাৰফাষ্ট ৰে’ল চলাব। বুধবাৰে পশ্চিম ৰে'লৱেই এই তথ্য দিয়ে। অহা ১৪ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ
Read More...

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে
Read More...

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ জয়ত আনন্দিত অনুষ্কা শৰ্মা, স্বামীৰ লগতে শ্বেয়াৰ কৰিলে ৰাহুলৰ…

দেওবাৰে ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে। অনুষ্কা শৰ্মাই টিম ইণ্ডিয়াৰ এই জয়ত সুখ প্ৰকাশ কৰিছে। দেওবাৰে সমগ্ৰ দেশতে এক উদযাপনৰ পৰিৱেশ। ‘বিশ্বকাপ ২০২৩’ৰ পঞ্চমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত
Read More...

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ খং…

ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপ মেচত ষ্টেডিয়াম খালী! ছ'চিয়েল মিডিয়াত অনুৰাগীৰ খং। চলিত ক্ৰিকেট বিশ্বকাপ ২০২৩ ত এতিয়ালৈকে অনুষ্ঠিত হোৱা খেলসমূহত খালী ষ্টেণ্ড দেখা গৈছে। ভাৰত বনাম অষ্ট্ৰেলিয়া খেলতো বহুতো খালী চকী দেখা গৈছিল। চলিত
Read More...