Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
ক্রীড়া-জগত
Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল
Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!
অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair
Asmita Rugby Women’s League: অস্মিতা ৰাগবী ওমেনচ লীগত তামুলপুৰ চেম্পিয়ন
অসম
দৈনন্দিন বাৰ্তা
-
November 11, 2024
ৰাগবী ইণ্ডিয়াৰ সৌজন্যত ছাইৰ তত্বাৱধানত অসম ৰাগবী সন্থাৰ সহযোগত তথা তামুলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত ৯-১০ নবেম্বৰত অস্মিতা ৰাগবী ওমেনচ লীগ(Asmita Rugby Women's League) গোৰেশ্বৰ(Goreswar) ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ যায়।
Assam Weightlifting Association: বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম ভাৰোত্তোলন সন্থাৰ সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
অসম ভাৰোত্তলন সন্থাৰ(Assam Weightlifting Association) চলিত বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাত নতুন কার্যনির্বাহক সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়।
Koliabhomora: ধ্বংসস্তুপ পৰিণত অসম পৰ্যটন বিভাগৰ কলিয়াবৰস্থিত ‘কলিয়াভোমোৰা জলক্ৰীড়া আৰু পৰ্যটন উদ্যান’
অসম
দৈনন্দিন বাৰ্তা
-
November 3, 2024
তুঙ্গত উঠিছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন(Koliabhomora)। চামগুৰি সমষ্টিৰ(Samguri By Election) বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ ঘৰ কলিয়াবৰত। পিছে কলিয়াবৰত বিশেষ চৰ্চা লাভ কৰিছে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ নাম।
Sports Hero Pulin Das: ক্ৰীড়া মহীৰূহ পুলিন দাসৰ ১০৬ সংখ্যক জন্ম দিন পালন
অসম
দৈনন্দিন বাৰ্তা
-
November 1, 2024
অসমৰ ক্ৰীড়া সাংবাদিকতাৰ বাটকটীয়া, ক্ৰীড়া সংগঠক, ক্ৰীড়া মহীৰূহ পুলিন দাসৰ(Sports Hero Pulin Das) ১০৬ সংখ্যক জন্ম জয়ন্তী(106th Birth Anniversary) আৰু স্মাৰক বক্তৃতানুষ্ঠান(Memorial Lecture) আজি গুৱাহাটীস্থিত ইণ্ডিয়া ক্লাৱৰ প্ৰেক্ষাগৃহতে দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হয়৷
Sindhura Hazarika Memorial Football Tournament: ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ
অসম
দৈনন্দিন বাৰ্তা
-
November 1, 2024
নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত আজিৰে পৰা ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা(Sindhura Hazarika Memorial Football Tournament) আৰম্ভ হৈছে। উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই(Women's Football Match)।
1
...
41
42
43
...
355
Page 42 of 355
Popular
Smriti-Palash: মহিলা ক্ৰিকেটা স্মৃতি মান্ধনা আৰু সংগীত শিল্পী পলাশ মুচ্চলৰ বিবাহ বাতিল
দৈনন্দিন বাৰ্তা
-
December 7, 2025