Breaking

Browsing Category

ক্রীড়া-জগত

ৰাষ্ট্ৰীয় স্কুল গেমছ যোগাসনত সুমিতৰ দ্বিতীয়টো ৰূপ, উদিতা ৰাণীয়ে লাভ কৰিলে শ্ৰেষ্ঠত্বৰ ট্ৰফী

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ সাফল্যৰ ধাৰা অব্যাহত আছে। নতুন দিল্লীৰ এন চি টিত হোৱা যোগদান প্ৰতিযোগিতাত অসমৰ সুমিত দেই ৰিডমিকৰ পাছত আৰ্টিষ্টিকছতো ৰূপৰ পদক অৰ্জন কৰিছে।
Read More...

১৮ তম ৰাষ্ট্ৰীয় পুল লাইফ চেভিং চেম্পিয়নশ্বিপত অসম দলৰ সাফল্য

৮ জুনৰ পৰা ১১ জুনলৈ বাংগালোৰত ১৮ তম ৰাষ্ট্ৰীয় লাইফ চেভিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হয় । দেউবাৰে সম্পন্ন হোৱা প্ৰতিযোগিতাখনিত অসম দলে সুন্দৰ প্ৰদৰ্শন কৰে। অসম দলৰ মেনেজাৰ ধনঞ্জয় দাসে বাংগালোৰৰ পৰা
Read More...

অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি প্ৰথম বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰে; ICCৰ সকলো ট্ৰফী…

দ্য অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতক ২০৯ ৰাণত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) লাভ কৰে। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই সকলো পুৰুষৰ আই চি চি ট্ৰফী (এদিনীয়া
Read More...

ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে দুগৰাকী মহিলা মল্লযুঁজাৰুৰ সাক্ষ্য গ্ৰহণ কৰিব দিল্লী আৰক্ষীয়ে…

দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে দুগৰাকী মহিলা মল্লযুঁজাৰুৰ পৰা প্রমাণ বিচাৰিছে বুলি প্রতিবেদনত দাবী কৰা হৈছে৷ দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ শৰণ সিঙক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰা দুগৰাকী মহিলা মল্লযুঁজাৰুক, প্রমাণ হিচাপে
Read More...

ভাৰতৰ বাবে ইমান ডাঙৰ খেলুৱৈ কেনেকৈ হৈ পৰিল বিৰাট কোহলী? ইয়াৰ ৰহস্য প্ৰকাশ কৰিলে বিৰাটে…

ভাৰতৰ বাবে ইমান ডাঙৰ খেলুৱৈ কেনেকৈ হৈ পৰিল বিৰাট কোহলী? ইয়াৰ ৰহস্য প্ৰকাশ কৰিলে বিৰাটে...। বৰ্তমান লণ্ডনৰ অভালত ভাৰতীয় দলে WTC ৰ চূড়ান্ত খেল খেলিছে। ইফালে দলৰ তাৰকা বিৰাট কোহলীয়ে এক ডাঙৰ সত্যতা প্ৰকাশ কৰিছে। লণ্ডনৰ অ’ভেলত অষ্ট্ৰেলিয়াৰ
Read More...

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাটৰ জনঞ্জয়ে গঢ়িলে দুটাকৈ ৰেকৰ্ড…

৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাটৰ জনঞ্জয়ে গঢ়িলে দুটাকৈ ৰেকৰ্ড ; গোলাঘাট চুইমিং কেন্দ্ৰত আনন্দৰ জোৱাৰ : ৬ জুনৰ পৰা দিল্লীত অনুষ্ঠিত হৈ থকা ৬৬ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ ২০২২-২৩ ৰ সাতোৰ প্ৰতিযোগিতাত গোলাঘাট
Read More...

অসম ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতাত বেলতলা কলেজ জুনিয়ৰ দলে দখল কৰিলে…

গুৱাহাটীৰ দক্ষিণ বেলতলা স্কুল খেলপথাৰত অসম ছাত্ৰ পৰিষদ বেলতলা কলেজ গোটৰ উদ্যোগত অনুষ্ঠিত হয় কলেজ ভিত্তিত ফুটবল প্ৰতিযোগিতা। যোৱা ৫ জুনৰ পৰা তিনিদিনীয়াকৈ আয়োজিত এই প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল
Read More...

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ঈশান কিষাণ বা কে এছ…

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। ঈশান কিষাণ বা কে এছ ভাৰত, কোনে পাব সুযোগ? বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় সংস্কৰণৰ চূড়ান্ত খেলখন আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব। লণ্ডনৰ
Read More...

‘আলোচনাৰ বাবে প্ৰতিবাদী মল্লযুঁজাৰুসকলক পুনৰ আমন্ত্ৰণ জনাইছে চৰকাৰে’ ক্ৰীড়া মন্ত্ৰী…

প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে চৰকাৰে। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে টুইট কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰে। অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুৰ প্ৰতিবাদক লৈ পুনৰ আমন্ত্ৰণ জনাইছে প্ৰতিবাদী মল্লযুঁজাৰুসকলক। তেওঁৰ টুইটত
Read More...

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱ। স্কুল পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাৰ…

হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ অংশ স্বৰূপে যোৱা ৩ জুনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হাজো সমষ্টিৰ অন্তৰ্গত বিদ্যালয় আৰু‌ মহাবিদ্যালয় পৰ্যায়ত অনুষ্ঠিত বেডমিন্টন প্ৰতিযোগিতাৰ সামৰণি পৰে। হাজো সুৰেন দাস মহাবিদ্যালয়ৰ
Read More...