Breaking

Browsing Category

ক্রীড়া-জগত

৩ মাহৰ পিছত হঠাতে টিম ইণ্ডিয়াত প্ৰৱেশ ৰবিচন্দ্ৰন অশ্বিনৰ, ভয়ত কম্পিত অষ্ট্ৰেলিয়া…

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (আই চি চি ডব্লিউ টি চি ফাইনেল ২০২৩)ৰ চূড়ান্ত খেলখন অহা ৭ জুনৰ পৰা ১১ জুনলৈ লণ্ডনৰ অ’ভাল খেলপথাৰত ভাৰতীয় সময় অনুসৰি বিয়লি ৩:০০ বজাৰ পৰা অনুষ্ঠিত হ’ব। অধিনায়ক
Read More...

মৰাণত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সোণ-ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে তিনি খেলুৱৈয়ে। মালয়েচিয়াত…

বাংগালুৰুত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা ২০২৩ ত ২ টা সোণ আৰু ২ টা ৰূপৰ পদকেৰে মৰাণলৈ গৌৰৱ কঢ়িয়ালে তিনিগৰাকী খেলুৱৈয়ে। প্ৰতিযোগিতাখনত মৰাণ বটামৰাৰ মাইনা গগৈয়ে বাওঁহাতৰ খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনিত
Read More...

চি এছ কেক আই পি এলৰ ট্ৰফী জয় কৰোৱা ৰবিন্দ্ৰ জাদেজাই নিজকে কিদৰে ফিট ৰাখে ! তেওঁৰ ফিটনেছৰ বিষয়ে…

ভাৰতীয় ক্ৰিকেট দল আৰু চেন্নাই ছুপাৰ কিংৰ তাৰকা অল ৰাউণ্ডাৰ খেলুৱৈ ৰবীন্দ্ৰ জাডেজাই আই পি এল ২০২৩ৰ অন্তিম মেচত নিজৰ দলটোক জয়ৰ দিশত আগুৱাই লৈ গৈছিল। এই চূড়ান্ত খেলখনত গুজৰাট টাইটানছৰ বিৰুদ্ধে অন্তিম অভাৰৰ অন্তিম দুটা বলত চাৰি আৰু ছয় মাৰি
Read More...

হোটেলত আই পি এল ২০২৩ৰ জয় উদযাপনৰ বাবে ধোনীয়ে কাটিলে বহুস্তৰীয় কেক

চেন্নাই ছুপাৰ কিংছে (চি এছ কে) টুইটাৰত আই পি এল ২০২৩ৰ খিতাপ জয়ৰ পিছত দলটোৰ উদযাপনৰ ভিডিঅ’ শ্বেয়াৰ কৰে। ভিডিঅ’টোত খেলুৱৈসকলে হোটেলত প্ৰৱেশ
Read More...

চি এছ কে হাতত পৰাস্ত হৈ হাৰ্দিক পাণ্ডিয়াই ক’লে ‘ধোনীৰ হাতত পৰাস্ত হৈ সুখী মই’

গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই আই পি এল ২০২৩ৰ ফাইনেল মেচত চি এছ কে আৰু মহেন্দ্ৰ সিং ধোনিৰ হাতত পৰাস্ত হৈ ডাঙৰ বক্তব্য আগবঢ়াইছে।গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ এই বক্তব্যই বিশ্ববাসীক স্তম্ভিত কৰি তুলিছে। সোমবাৰে
Read More...

গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ অৰ্জন চেন্নাই ছুপাৰ কিংছৰ। এক আৱেগিক…

গুজৰাট টাইটানছক পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে। চি এছ কেৰ জয়ৰ পাছত জাদেজাৰ সৈতে উদযাপন ধোনীৰ। কোলাত জাদেজাক তুলি ল'লে ধোনীয়ে, চেন্নাই চেম্পিয়ন হোৱাৰ পিছৰ আৱেগিক মুহূৰ্তৰ ভিডিঅ'ত চাওক।
Read More...

অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…

অনুষ্কা শৰ্মাই এতিয়া এবছৰত মাত্ৰ এখন ছবিহে কৰিব বুলি সিদ্ধান্ত লৈছে। বৰ্তমান অনুষ্কা শৰ্মাই নিজৰ পৰিয়ালত, বিশেষকৈ কন্যা ভামিকাৰ দায়িত্ব ল'ব বিচাৰিছে। শেষবাৰৰ বাবে ২০১৮ চনত শ্বাহৰুখ খানৰ সৈতে ‘জিৰ’ ছবিত অভিনয় কৰাৰ পিছত ২০২২ চনত ‘কালা’
Read More...

বৰষুণৰ বাবে স্থগিত হ’ল IPLৰ ফাইনেল।অনুৰাগীয়ে ৰে’লৱে ষ্টেচনতে শুই বহি সময় কটালে…

বৰষুণৰ বাবে আই পি এল ২০২৩ৰ ফাইনেল 'ৰিজাৰ্ভ ডে'লৈ স্থানান্তৰিত কৰাৰ পিছতে ৰে'লৱে ষ্টেচনত শুই থকা দেখা গ'ল অনুৰাগীসকলক। দেওবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেল খন বৰষুণৰ বাবে খেলখনক ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত কৰা হয়। হাজাৰ
Read More...

আজি অনুষ্ঠিত হ’ব চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত চূড়ান্ত খেলখন।পুৰণি টিকটেৰে খেলখন চাব…

‘ৰিজাৰ্ভ ডে’ত চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। ফটা টিকট লৈ ফাইনেল মেচ চাব পাৰিবনে?‘ৰিজাৰ্ভ ডে’ত চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। সোমবাৰে অনুষ্ঠিত হ’ব আইপিএল
Read More...

প্ৰথম উত্তৰ পূব ভেটাৰ্ণ ফুটবল ট্ৰফীত খানাপাৰাৰ আছাম বয়জ এফ চি চেম্পিয়ন

মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবৰ দ্বাৰা আয়োজিত প্ৰথম উত্তৰ পূব ভেটাৰ্ণ ফুটবল ট্ৰফী, ২০২৩ প্ৰতিযোগিতাত খানাপাৰাৰ আছাম বয়জ এফ চি দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰে। বিজয়ী দলৰ হৈ গ'ল কেইটা দিয়ে মনোজ বড়ো, বিজয় বৰগোঁহাই আৰু ৰিচাৰ্ড চৌধুৰীয়ে। নাইন এ ছাইড
Read More...