Breaking

Browsing Category

ক্রীড়া-জগত

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয়  
Read More...

আই পি এলৰ আজি ফাইনেলত মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ

দৈনন্দিন বাৰ্তাৰ সেৱা, ১০ নৱেম্বৰঃ আজি আইপিএলৰ চূড়ান্ত খেল খনত জয়ী হ’বলৈ সমুখ সমৰত নামিব ৪ বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু প্ৰথমবাৰ ফাইনেলত স্থান নিশ্চিত কৰা দিল্লী কেপিটেলছ। বৰ্তমানলৈকে দুয়োটা দলৰ মাজত ২৭ খন খেল অনুষ্ঠিত হৈছে য’ত
Read More...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নোহোৱাকৈ ১০০ খন আইপিএলত অংশ লোৱাৰ অভিলেখ সূৰ্য্যকুমাৰ যাদৱৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক নকৰাকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ১০০ খন খেলত অংশগ্ৰহণ কৰা একমাত্ৰ খেলুৱৈ হিচাপে অভিলেখ অৰ্জন কৰে মুম্বাই ইণ্ডিয়ানছৰ তাৰকা মিডিল অৰ্ডাৰ সূৰ্য্যকুমাৰ যাদৱে। ইণ্ডিয়ান
Read More...

আইপিএল-২০২০ত অভিলেখ গঢ়ি বেগুণীয়া টুপী হস্তগত কৰিলে যশপ্ৰীত বুমৰাহে

দৈনন্দিন বাৰ্তাৰ সেৱা, ৬ নৱেম্বৰঃ বিগত কিছুদিন ধৰি আইপিএলৰ বেগুণীয়া টুপীৰ দৌৰত দিল্লী কেপিটেলছৰ কাগিছো ৰাৱাডাৰ সৈতে যুঁজ চলি আহিছিল মুম্বাই ইণ্ডিয়ানছৰ যশপ্ৰীত বুমৰাহৰ। আইপিএল-২০২০ৰ প্ৰথমখন কোৱালিফায়াৰ মেচত দিল্লীৰ বিৰুদ্ধে খেলপথাৰত নামে
Read More...

২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আই এচ এল

দৈনন্দিন বাৰ্তা সেৱাঃ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সপ্তম সংস্কৰণৰ আই এছ এল৷ বিশ্ব ত্ৰাস সৃষ্টিকাৰি মহামাৰী কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ আই.এছ.এল সপ্তম সংস্কৰণৰ খেল সমূহ দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱাৰ পৰিৱর্তে গোৱাৰ
Read More...

আই পি এল’ত আজি হাইদৰাবাদ বনাম মুম্বাই

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি হাইদৰাবাদৰ মুখামুখি হ’ব মুম্বাই।  চলিত বৰ্ষত হাইদৰাবাদে ১৩ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৫ নম্বৰত থকাৰ বিপৰীতে মুম্বায়ে ১৩ খন খেলৰ ৯ খনত জয়ী হৈ পইন্ট তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰাৰ লগতে আই পি
Read More...

গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তা  সেৱা, ভূৰাগাওঁ, ৩ নৱেম্বৰঃ মৰিগাঁও জিলাৰ গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত  যোৱা কালিৰে  পৰা অঞ্চলটোৰ জামাদাৰী খেল পথাৰত অনুষ্ঠিত হৈছে  প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ প্ৰথমখন খেল জামুগুৰি ফুটবল একাদশ বনাম
Read More...

সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা শ্বেন ৱাটছনৰ অৱসৰ

ডুবাই, ৩ নবেম্বৰঃ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু চেন্নাই চুপাৰ কিংছৰ তাৰকা খেলুৱৈ শ্বেন ৱাটছনে  ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০১৮ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ
Read More...

আই পি এল’ত আজি পাঞ্জাৱ বনাম ৰাজস্থান, চেন্নাইৰ হাতত পৰাস্ত কলকতা

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি পাঞ্জাৱৰ মুখামুখি হ’ব ৰাজস্থান।  চলিত বৰ্ষত পাঞ্জাৱে ১২ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৪ নম্বৰত থকাৰ বিপৰীতে ৰাজস্থানে ১২ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৭ নম্বৰত স্থানত অৱস্থান কৰিছে। আজি
Read More...

আই পি এল’ত আজি চেন্নাই বনাম কলকতা, মুম্বাইৰ হাতত পৰাস্ত বাংগালোৰ

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি চেন্নাইৰ মুখামুখি হ’ব কলকতা। চলিত বৰ্ষত দুয়োটা দলে ১২ খন খেলৰ ক্ৰমে ৪ আৰু ৬ খনত জয়ী হৈছে। ইতিমধ্যে আইপিএলৰ পৰা বাহিৰ হৈছে চেন্নাই ছুপাৰ কিংছ। সন্মান ৰক্ষাৰ বাবে চেন্নাই ছুপাৰ কিংছে খেলত অংশ গ্ৰহন কৰাৰ
Read More...