ক্রীড়া-জগত

Legendary Footballer Tashen Borah: আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বড়াৰ দেহাৱসান

বিশিষ্ট ক্রীড়াবিদ টচেন বড়াৰ দেহাৱসান, আন্তঃৰাষ্ট্রীয় ফুটবলাৰ আছিল টচেন বড়া। টচেন বড়া অসমৰ 'মাৰাডোনা' বুলিও অভিহিত। টচেন বড়া জন্ম হৈছিল নাহৰকটীয়াৰ বৃহত্তৰ চাচনি অঞ্চলৰ বৰবাম গাঁৱত।(Legendary Footballer Tashen Borah Passes Away)

Yonex-Sunrise North East Zone Inter-State Badminton:য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ সামৰণি

য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ সামৰণি। নটা সোণসহ অসমৰ ১৬ টা পদক অৰ্জন। চাৰিটা সোণ লাভেৰে শান্তিপ্ৰিয়াৰ চমক, ত্ৰিমুকুট অৰ্জন ময়ূৰী-মনালী-ভৱিষ্যাৰ।(Assam win medals in Yonex-Sunrise North East Zone Inter-State Badminton)

North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷(both gold in mixed doubles are held by Assam shuttlers)

WTC Final: গ্ৰীনে ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ লক্ষ্য কেমেৰন গ্ৰীনৰ। সেই লক্ষ্যত আটাইতকৈ ডাঙৰ বাধা হৈছে ভাৰত। অষ্ট্ৰেলিয়াই এইবাৰ ভাৰতৰ বিৰুদ্ধে খেলিব। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে এই শৃংখলা জয় কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে।(WTC final)

Olympic Council of Asia president :প্ৰথম ভাৰতীয় অলিম্পিক কাউন্সিল অফ এছিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত ৰণধীৰ সিং

প্ৰবীণ ক্ৰীড়া প্ৰশাসক ৰণধীৰ সিঙে দেওবাৰে মহাদেশীয় সংস্থাৰ ৪৪ সংখ্য়ক সাধাৰণ সভাৰ সময়ত এছিয়াৰ অলিম্পিক পৰিষদৰ (অচিএ) সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় ( Olympic Council of Asia president) । পাঁচবাৰৰ অলিম্পিক শ্বুটাৰ, ৰণধীৰ অ'চিএ সভাপতি পদৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী আছিল।

Popular