Breaking

Browsing Category

ক্রীড়া-জগত

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ সামৰণি; ND24ৰ দখলত যতীন বৰ্মন সোঁৱৰণী ট্ৰফী

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি - টুৱেণ্টী ক্ৰিকেটত চূড়ান্ত বিজয়ী হয় এন ডি ২৪। গুৱাহাটীৰ জজ ফিল্ডত ৩০ মাৰ্চ, বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত অসমীয়া প্ৰতিদিন গ্ৰুপক ৪৫ ৰাণত পৰাস্ত কৰি এন ডি ২৪ দলে
Read More...

দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীয়ে, গণিতত কিমান নম্বৰ পাইছিল জানিলে আচৰিত…

বিৰাট কোহলীয়ে নিজৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰিলে, চাওক কোনটো বিষয়ত সৰ্বনিম্ন নম্বৰ লাভ কৰিছে!ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে হঠাতে নিজৰ দশম মাৰ্কশ্বীট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল, য'ত তেওঁ
Read More...

ৰাবাদা-হাছাৰাংগাৰ পৰা এছ আৰ এইচৰ অধিনায়ক আইডেন মাৰ্কৰামলৈকে এই ১৫ গৰাকী খেলুৱৈয়ে IPL ৰ উদ্বোধনী…

আই পি এল ২০২৩ৰ উদ্বোধনী মেচত অংশ ল’ব নোৱাৰিব এক ডজনৰো অধিক বিদেশী খেলুৱৈ। জানো আহক এই তালিকাত কোন কোন অন্তৰ্ভুক্ত হৈছে। আই পি এল ২০২৩ৰ আৰম্ভণিলৈ মাত্ৰ এদিন বাকী আছে আৰু এতিয়ালৈকে দলত অন্তৰ্ভুক্ত বিদেশী খেলুৱৈৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন
Read More...

IPL লৈ আৰু দুটা দিন। প্ৰথমখন খেল অনুষ্ঠিত হ’ব গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত..

আই পি এল ২০২৩ৰ প্ৰথমখন মেচত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব। আই পি এলৰ ১৬ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৩ আৰম্ভ হ’বলৈ বাকী আছে মাত্ৰ ২ দিন। এইবাৰ ছিজন আৰম্ভ হ’ব ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ
Read More...

ঋষভ পন্তৰ সলনি উইকেট ৰক্ষক বেটছমেন হিচাপে দিল্লী কেপিটেলছৰ দলত অন্তৰ্ভুক্ত অভিষেক পৰেল…

আই পি এল ২০২৩: ঋষভ পন্তৰ সলনি উইকেট ৰক্ষক বেটছমেন কাক অন্তভুক্ত কৰিলে দলত। দিল্লী কেপিটেলছে ঋষভ পন্তৰ সলনি আন খেলুৱৈৰ নাম ঘোষণা কৰিছে। অভিষেক পোৰেলক ঋষভ পন্তৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে। ২০২৩ চনৰ আই পি এলত ঋষভৰ ঠাইত বংগৰ উইকেট কীপাৰ
Read More...

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি - টুৱেণ্টী ক্ৰিকেটত প্ৰাগ নিউজ, এন ডি ২৪, অসমীয়া প্ৰতিদিন গ্ৰুপ আৰু দূৰদৰ্শন, অসমে ছেমি ফাইনেলত উপনীত হৈছে। ২৮ মাৰ্চ, মঙলবাৰে অন্তিম দিনাৰ লীগৰ প্ৰথম মেচত শিলচৰ
Read More...

বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইক উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আইবা মহিলা বিশ্ব ব'ক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত দুৰন্ত প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰা লাভলীনা বৰগোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত উষ্ম অভিনন্দন জ্ঞাপন কৰে।
Read More...

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমিত ND24, শিলচৰক পৰাস্ত; NKTVৰো জয়…

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি - টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাত এন ডি ২৪ দলে ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰিছে।
Read More...

‘ভাৰতীয় দলৰ খেলুৱৈৰ ইগ’ সমস্যা আছে’- শিখৰ ধাৱন…

ভাৰতীয় দলৰ খেলুৱৈৰ ইগ' সমস্যা আছে- শিখৰ ধাৱানৰ মন্তব্য! শিখৰ ধাৱনে কৈছে টিম ইণ্ডিয়াৰ খেলুৱৈসকলৰ মাজত ইগোৰ সমস্যা আছে। তেওঁ কয় যে আমি যেতিয়া বহুদিন একেলগে থাকে তেতিয়া ইগো থকাটো স্বাভাৱিক। শিখৰ ধাৱান ভাৰতীয় দলৰ পৰা আজিকালি যেন আঁতৰি
Read More...

বিচিচিআইৰ বাৰ্ষিক চুক্তি ২০২২-২৩ঃ ৰবীন্দ্ৰ জাডেজাক শীৰ্ষ ব্ৰেকেটত অন্তৰ্ভুক্ত, সঞ্জু চেমছনে লাভ কৰে…

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেওবাৰে ২০২২-২৩ ছিজনৰ বাবে পুৰুষ দলটোৰ বাৰ্ষিক খেলুৱৈৰ চুক্তি ঘোষণা কৰে। ৰবীন্দ্ৰ জাডেজাক শীৰ্ষ ব্ৰেকেটলৈ উন্নীত কৰাৰ বিপৰীতে কে এল ৰাহুলক অৱনমিত কৰা হয়।
Read More...