Breaking

Browsing Category

ক্রীড়া-জগত

আঁঠুৰ আঘাতৰ বাবে IPL ২০২৩ ৰ পৰা বাহিৰ হ’ল কেন উইলিয়ামছ…

গুজৰাট টাইটানছলৈ বেয়া খবৰ! আই পি এল ২০২৩ৰ পৰা বাহিৰ হ'ল কেন উইলিয়ামছন, চি এছ কেৰ বিৰুদ্ধে খেলোঁতে আঘাতপ্ৰাপ্ত হয়। আঁঠুৰ আঘাতৰ বাবে উইলিয়ামছনক খেলপথাৰৰ পৰা বাহিৰ কৰা হৈছে। আই পি এল ২০২৩ৰ প্ৰথমখন মেচৰ পিছত গুজৰাট টাইটানছৰ ডাঙৰ বিপৰ্যয়ৰ
Read More...

আহমেদাবাদত আই পি এল ২০২৩ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত এম এছ ধোনীৰ ভৰি স্পৰ্শ কৰে অৰিজিৎ সিঙে…

আহমেদাবাদত আই পি এল ২০২৩ৰ মুকলি অনুষ্ঠানৰ সময়ত এম এছ ধোনীৰ ভৰি স্পৰ্শ কৰে অৰিজিৎ সিঙে।ছুপাৰষ্টাৰ গায়ক অৰিজিত সিঙে শুকুৰবাৰে আই পি এল ২০২৩ৰ মুকলি অনুষ্ঠানত চি এছ কেৰ অধিনায়ক এম এছ ধোনিৰ ভৰিত চুই তেওঁৰ প্ৰতি থকা সন্মান প্ৰদৰ্শন কৰি লাখ
Read More...

IPLৰ প্ৰথম খন মেচত জয়লাভ গুজৰাট টাইটানছৰ। গুজৰাটৰ হাতত পৰাজয় চেন্নাই…

IPL 2023 ৰ প্ৰথমখন মেচত গুজৰাটে চেন্নাইক ৫ উইকেটত পৰাস্ত কৰে, আই পি এল ২০২৩ৰ প্ৰথমখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে। এই মেচখনত শুবমান গিল আৰু ৰছিদে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।
Read More...

IPL-2023ৰ মুকলি সভাত অৰিজিত, ৰশ্মিকা মণ্ডন্না, তমান্না ভাটিয়াৰ আকৰ্ষণীয় অনুষ্ঠান

বহু প্ৰত্যাশিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৩ৰ আৰম্ভণিতে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত এক বৃহৎ মুকলি সভা অনুষ্ঠিত হয়। ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ (জিটি) আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ মাজত অনুষ্ঠিত হোৱা
Read More...

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হল ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। ৰাজ্যৰ
Read More...

ছাব-জুনিয়ৰ ল’ৰাৰ ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপ; ফাইনেলত হাৰিয়ানা, মধ্যপ্ৰদেশ

হেণ্ডবল ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ তত্বাবধানত আৰু অসম হেণ্ডবল সন্থাৰ উদ্যোগত সোণাপুৰ মিনি ষ্টেডিয়ামত ২৭ মাৰ্চৰ চলি থকা ৩৭ সংখ্যক ছাব-জুনিয়ৰ (ল'ৰা) ৰাষ্ট্ৰীয় হেণ্ডবল চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছে হাৰিয়ানা আৰু মধ্যপ্ৰদেশ।
Read More...

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ সামৰণি; ND24ৰ দখলত যতীন বৰ্মন সোঁৱৰণী ট্ৰফী

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি - টুৱেণ্টী ক্ৰিকেটত চূড়ান্ত বিজয়ী হয় এন ডি ২৪। গুৱাহাটীৰ জজ ফিল্ডত ৩০ মাৰ্চ, বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেলত অসমীয়া প্ৰতিদিন গ্ৰুপক ৪৫ ৰাণত পৰাস্ত কৰি এন ডি ২৪ দলে
Read More...

দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীয়ে, গণিতত কিমান নম্বৰ পাইছিল জানিলে আচৰিত…

বিৰাট কোহলীয়ে নিজৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰিলে, চাওক কোনটো বিষয়ত সৰ্বনিম্ন নম্বৰ লাভ কৰিছে!ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে হঠাতে নিজৰ দশম মাৰ্কশ্বীট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল, য'ত তেওঁ
Read More...

ৰাবাদা-হাছাৰাংগাৰ পৰা এছ আৰ এইচৰ অধিনায়ক আইডেন মাৰ্কৰামলৈকে এই ১৫ গৰাকী খেলুৱৈয়ে IPL ৰ উদ্বোধনী…

আই পি এল ২০২৩ৰ উদ্বোধনী মেচত অংশ ল’ব নোৱাৰিব এক ডজনৰো অধিক বিদেশী খেলুৱৈ। জানো আহক এই তালিকাত কোন কোন অন্তৰ্ভুক্ত হৈছে। আই পি এল ২০২৩ৰ আৰম্ভণিলৈ মাত্ৰ এদিন বাকী আছে আৰু এতিয়ালৈকে দলত অন্তৰ্ভুক্ত বিদেশী খেলুৱৈৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন
Read More...

IPL লৈ আৰু দুটা দিন। প্ৰথমখন খেল অনুষ্ঠিত হ’ব গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত..

আই পি এল ২০২৩ৰ প্ৰথমখন মেচত গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব। আই পি এলৰ ১৬ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৩ আৰম্ভ হ’বলৈ বাকী আছে মাত্ৰ ২ দিন। এইবাৰ ছিজন আৰম্ভ হ’ব ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছ আৰু চেন্নাই ছুপাৰ
Read More...