ক্রীড়া-জগত

38th National Games: লনবলত ছটা পদক নিশ্চিত, চাইক্লিঙত চয়নিকাৰ ৰূপ অৰ্জন

চাইক্লিষ্ট চয়নিকা গগৈয়ে উত্তৰাখণ্ডত(38th National Games) চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক জয় কৰে।

Women U19 T20 WC: ১৯ বছৰ অনূৰ্ধ্ব মহিলা T20 বিশ্বকাপত ভাৰতৰ জয়

১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ জয়ধ্বজা।(Women U19 T20 WC)ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি চেম্পিয়ন টীম ইণ্ডিয়া।

Wushu: পাঁচটা পদক লাভ কৰি অভিযান সামৰিলে উশ্বু দলে

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি সাফল্যৰ গৌৰৱময় যাত্ৰা(Wushu) অব্যাহত ৰাখিছে

38th National Games: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া

মঙলবাৰৰ পৰা উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হ’ব৷(38th National Games) ডেৰাডুনৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰিব৷

Hajo Sports Association । প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসৰ পৰা দিপাংকৰ মজুমদাৰ নেতৃত্বাধীন হাজো ক্ৰীড়া সন্থাৰ সোণোৱালী যাত্ৰা

Hajo Sports Association । প্ৰতিষ্ঠাপক সভাপতি ধনেশ্বৰ দাসৰ পৰা দিপাংকৰ মজুমদাৰ নেতৃত্বাধীন হাজো ক্ৰীড়া সন্থাৰ সোণোৱালী যাত্ৰা

Popular