যাদু, কাঁড় নিক্ষেপ—এই শব্দবোৰৰ সৈতে আমি সকলোৱে কম বেছি পৰিমাণে পৰিচিত। যাক আমি এটা শব্দত ‘ক'লা যাদু’ অথবা ‘ব্লেক মেজিক’ বুলি ক'ব পাৰো।(Lightning) সমগ্ৰ বিশ্বতে ক'লা যাদু বিশ্বাস কৰা বহু লোক আছে।
গোগামুখ নগৰ হাইস্কুল খেলপথাৰত(Ludo Cup football) অনুষ্ঠিত হৈ থকা লুড’ কাপ প্ৰাইজমাণি আৰু ট্ৰফি ফুটবল প্ৰতিযোগিতাত গোগামুখ স্প’ৰ্টছ একাডেমী চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷