ক্রীড়া-জগত

Durand Cup championsডুৰাণ্ড কাপৰ চেম্পিয়ন:কেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ

(Durand Cup champions)কেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰকেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ

Assam Blind Girl’s Cricket Team: গুৱাহাটীত অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলৰ প্ৰশিক্ষণ সম্পন্ন

বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত গুৱাহাটীৰ মাছখোৱাৰ ঈদগাহ খেলপথাৰত ২৮ আৰু ২৯ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসম দৃষ্টিহীন ক্ৰিকেটৰ ছোৱালীৰ দলটোৰ ক্ৰিকেট প্ৰশিক্ষণ অনুষ্ঠিত হয়। (Assam Blind Girl's Cricket Team)

REC National Open Boxing: আৰ ই চি ৰাষ্ট্ৰীয় মুকলি বক্সিঙত অসমৰ ১৬ টা পদক, দ্বিপাঞ্জলী দৈমাৰী-ৰিম্পী পেগুৰ সোণ অৰ্জন

বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷(REC National Open Boxing)

England vs Australia 3rd T20I : এইকেইগৰাকী খেলুৱৈৰ ওপৰত এপলক দৃষ্টি

শুকুৰবাৰে কাৰ্ডিফত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডে ১-১ পইণ্টত শৃংখলাৰ সমতা স্থাপন কৰি দেওবাৰে মানচেষ্টাৰত হ'ব লগা খেলখনৰ বাবে এক ৰোমাঞ্চকৰ নিৰ্ণায়কৰ পথ মুকলি কৰি দিছিল(England vs Australia 3rd T20I ) । শৃংখলাটোৰ অন্তিমখন খেলত আধিপত্য বিস্তাৰ কৰিব পৰা খেলুৱৈসকলৰ কেইটামান বিশেষ হাইলাইট ।

Legendary Footballer Tashen Borah: আন্তঃৰাষ্ট্রীয় ফুটবলাৰ টচেন বড়াৰ দেহাৱসান

বিশিষ্ট ক্রীড়াবিদ টচেন বড়াৰ দেহাৱসান, আন্তঃৰাষ্ট্রীয় ফুটবলাৰ আছিল টচেন বড়া। টচেন বড়া অসমৰ 'মাৰাডোনা' বুলিও অভিহিত। টচেন বড়া জন্ম হৈছিল নাহৰকটীয়াৰ বৃহত্তৰ চাচনি অঞ্চলৰ বৰবাম গাঁৱত।(Legendary Footballer Tashen Borah Passes Away)

Popular