Breaking

Browsing Category

ক্রীড়া-জগত

মহিলাসকলে নিজৰ ইচ্ছামতে কাপোৰ পিন্ধি চাব যাব নোৱাৰিব কাটাৰ বিশ্বকাপ। কি কি পিন্ধিব নোৱাৰে জানি লওক।

কান্ধ আৰু আঁঠু ঢাকি থ’ব লাগিব,চুটি কাপোৰ পিন্ধি আহিলে হ’ব জে’ল! ফিফা বিশ্বকাপত জাৰি কঠোৰ নিয়ম দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ২০ নৱেম্বৰৰ পৰা কাটাৰত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ ওচৰ চাপি অহাৰ লগে লগে বিশ্বৰ ফুটবল অনুৰাগীৰ উৎসাহ বাঢ়িছে।
Read More...

ফিফা বিশ্বকাপ,কাটাৰ ২০২২ উদ্বোধনী অনুষ্ঠানত কোনে কোনে অনুষ্ঠান পৰিৱেশন কৰিব? কেতিয়া, ক’ত ,কেনেকৈ…

ফিফা বিশ্বকাপ ২০২২লৈ মাত্ৰ এদিন বাকী আছে আৰু ইতিমধ্যে ফুটবল অনুৰাগীৰ মাজত উত্তেজনা বিয়পি পৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ আয়োজন কৰিছে মধ্যপ্ৰাচ্যৰ কোনো এখন দেশে। প্ৰতিযোগিতাখনৰ আয়োজক দেশ কাটাৰ আৰু বিশ্বকাপৰ বাবে সমগ্ৰ দেশখন উদযাপনৰ
Read More...

বিশ্বকাপৰ অপমানৰ পিছত ৰাষ্ট্ৰীয় ক্ৰিকেট নিৰ্বাচকক বৰ্খাস্ত…

সদ্য সমাপ্ত হোৱা টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াৰ অপমানজনক প্ৰদৰ্শনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ৫জন ৰাষ্ট্ৰীয় নিৰ্বাচকক বৰ্খাস্ত কৰিছে। ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ১০ উইকেটত পৰাস্ত হৈ ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে মুঠ ১৬৯ ৰান ৰক্ষা
Read More...

“লিঅ’নেল মেছিক(Lionel Messi) সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ!” -ক্ৰিষ্টিয়ানো…

লিঅ’নেল মেছিক (Lionel Messi) বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ আখ্যা দিলে ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে (Cristiano Ronaldo)৷ বিশ্কাপৰ আগমুহূৰ্তত মেছি সম্পৰ্কত ৰোণাল্ডোৱে কৰা এই মন্তব্যই ব্যাপক চৰ্চা লাভ কৰিছে৷‘‘মেছি এগৰাকী সাংঘাটিক ফুটবলাৰ৷ তেওঁ যাদু
Read More...

মদ খাই চাব নোৱাৰিব ফিফা ৱৰ্ল্ডকাপ। ৰজাৰ হুকুম। বিপাঙত ফিফা।

কাটাৰৰ ৰাজপৰিয়ালে জাৰি কৰিছে এক নিৰ্দেশ৷ কাটাৰ বিশ্বকাপত নিষিদ্ধ হ’ল মদ বা মদজাতীয় পানীয়৷বিশ্বকাপ আৰম্ভৰ ৪৮ ঘণ্টাৰ পূৰ্বে এই লৈ এতিয়া বিপাঙত পৰিছে ফুটবল সংস্থা ফিফা৷উল্লেখ্য যে বিশ্বকাপৰ অনত্যম স্পনছৰ হৈছে এটা বিয়েৰ প্ৰস্তুতকাৰক
Read More...

ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এক অনন্য অভিলেখ গঢ়াৰ সুযোগ…

টি-২০ বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজিৰ পৰা তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কোহলী, ৰাহুলসহ কেইবাগৰাকীও জেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ঘৰুৱা দলটোৰ বিৰুদ্ধে
Read More...

কাটাৰত ফুটবলৰ মহাৰণ-ফিফা বিশ্বকাপ ২০২২। মৰুৰ দেশ কাটাৰ পৰিণত হৈছে ৰণাংগনলৈ… 

অহা ২০ নৱেম্বৰ ২০২২ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হব বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফুটবলৰ প্ৰতিযোগিতা ফিফা বিশ্বকাপ। বিশ্বৰ সমাজ, সংস্কৃতি, শিক্ষা ৰাজনীতি, অৰ্থনীতি সৰ্বদিশত বিৰূপ পেলোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই আন এখন যুদ্ধৰ
Read More...

শিলচৰত অনুষ্ঠিত উত্তৰ-পূব অলিম্পিক গেমছত অসমৰ ১০০টা পদক অতিক্ৰম…

আধিপত্য অক্ষুণ্ণ ৰাখি অসমে আজি শিলচৰত অনুষ্ঠিত দ্বিতীয় উত্তৰ-পূব অলিম্পিক গেমছত পদকৰ সংখ্যাত ১০০ৰ নম্বৰ অতিক্ৰম কৰিলে। পঞ্চম দিন অন্ত পৰাৰ পাছত অসমে ১০৮টা পদকেৰে শীৰ্ষস্থান দখল কৰে য’ত আছিল ৪৪টা সোণ, ৩৮টা ৰূপ আৰু ২৬টা ব্ৰঞ্জ। ৪০টা সোণ,
Read More...

ভাল খবৰ! অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত অসমৰ নয়নমণি শইকীয়া…

অসমবাসীৰ বাবে ভাল খবৰ। অৰ্জুন বঁটাৰ বাবে মনোনীত কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়া।কমনৱেলথত স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়াক অহা ৩০ নৱেম্বৰত প্ৰদান কৰা হ’ব অৰ্জুন বঁটা।উল্লেখ্য যে কমনৱেলথত লন বলৰ দলীয় শাখাত স্বৰ্ণপদক লাভ কৰিছিল
Read More...

জাগুনত শ্বহীদ মেজৰ দুৰ্গা মল্ল গোৰ্খা কাপ ২০২২ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আৰম্ভ…

তিনিচুকীয়া জিলাৰ জাগুন ৰামপুৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে জিলা পৰ্যায়ৰ শ্বহীদ মেজৰ দুৰ্গা মল্ল গোর্খা কাপ ২০২২ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা।
Read More...