Breaking

কাইলৈৰ পৰা আৰম্ভ হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যাক ৰঙিয়া অধিৱেশন…

0 38

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যাক ৰঙিয়া অধিৱেশন ভাগি কাইলৈৰ পৰা আৰম্ভ হব । তাক লৈ ভকত সকলে প্ৰস্তুতি পুৰ্ণগতিত চলাই আছে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে অধিৱেশনৰ কাম কাজ।

সাজুহৈ উঠিছে ৰান্ধনিশাল , শৌচাগাৰ , সুচাৰুৰূপে পানীৰ ব্যৱস্থা , চিকিৎসা সেৱাকে ধৰি ভকত সকলক আপ্যায়ন কৰাৰ বাবে ৰভা ঘৰ, ভোগ খুৱাৰ ব্যৱস্থা , অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ভকত সকলৰ বিশ্ৰামৰ ব্যৱস্থা,

লগতে বিভিন্ন কাৰিকৰী ব্যৱস্থাৰে সাজুহৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যাক ৰঙিয়া অধিৱেশনৰস্থলী ।ভকত সকলক আদৰিবলৈ প্ৰস্তুত ৩৫টা উপ সমিতি।

Leave A Reply