Breaking

নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে !

0 2,076

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পোৱা নিউজ প’ৰ্টেলসমূহক নাকী লগাব ৰাজ্য চৰকাৰে৷ পৰ্টেলসমূহে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা পালন কৰিব লাগিব আৰু শীঘ্ৰেই চৰকাৰে প’ৰ্টেলসমূহৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব বুলি তেজপুৰত আজি মন্তব্য কৰিলে জনসংযোগ আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই৷

Leave A Reply