October 17, 2023 ছয়মাইলত STFৰ অভিযানত জব্দ ৬০ হাজাৰ য়াবা টেবলেট… Share FacebookTwitterWhatsAppTelegramKooEmail ছয়মাইলত STFৰ অভিযানত জব্দ ৬০ হাজাৰ য়াবা টেবলেট৷ টেবলেট সৰবৰাহকাৰী ৩জন যুৱকক গ্ৰেপ্তাৰ৷ ‘মণিপুৰী ৰাইচ’ হোটেলৰ পৰা গ্ৰেপ্তাৰ যুৱক ৩জনক৷ হবিবুৰ ৰহমান, আলিমুদ্দিন, ইদ্ৰিছ আলীক আটক৷ Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026