Breaking

‘বন্দে ভাৰত ৰে’ললৈ শিলগুটি নিক্ষেপ কৰিছিল বিহাৰতহে, পশ্চিমবংগত নহয়’- মমতা বেনাৰ্জী

0 59

পশ্চিমবংগৰ বন্দে ভাৰত ৰে’লত শিলগুটি নিক্ষেপ কৰাৰ বিষয়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ডাঙৰ বক্তব্য দিছে। মমতাই কয় যে ৰে’লখনৰ আক্ৰমণ বংগত নহয় বিহাৰতহে সংঘটিত হৈছে। বেনাৰ্জীয়ে লগতে কয় যে এই গোচৰত আমাৰ ৰাজ্য সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বেনাৰ্জীয়ে বন্দে ভাৰত ৰেলৰ বিষয়ে কয়, “এইখন বিশেষ একো নহয়। এইখন মাত্ৰ এখন পুৰণি ৰেল, য’ত নতুন ইঞ্জিন লগোৱা হৈছে।”

Leave A Reply