Breaking

ছয়গাঁও খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়য়ত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ বঞ্চিতৰ লোকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

0 1,055

ছয়গাঁও খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়য়ত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ বঞ্চিতৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী।খণ্ড উন্নয়ন বিষয়া কাশ্যপী কাশ্যপ গ’ বেক ধ্বনিৰে উত্তল প্ৰতিবাদ।২০১১বৰ্ষত পোৱা আধৰুৱা গৃহ সম্পূৰ্ণকৰণ নকৰাকৈ লৈ তীব্ৰ প্ৰতিবাদ।’ইয়াৰ পৰা আমি নাযাওঁ, আমি মৰি যাম, আমাক ঘৰ লাগিব ই।এনেধৰণৰ কৰুণ বিননি একাংশ বঞ্চিত মহিলাৰ।’

পিছত ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ আশ্বাসত প্ৰতিবাদৰ কিছু সাম কাটে।প্ৰায় পাচঁ শতাধিক পুৰুষ মহিলাৰ এনেধৰণৰ তীব্ৰ প্ৰতিবাদ।

ছয়গাঁৱৰ পৰা হীৰেন্দ্ৰ কুমাৰ শৰ্মাৰ ৰিপোৰ্ট

Leave A Reply