April 16, 2024 হঠাৎ বৰষুণ গুৱাহাটী মহানগৰীত, অন্ধকাৰে আৱৰি ধৰিছে মহানগৰীৰ আকাশ… Share FacebookTwitterWhatsAppTelegramKooEmail অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আকাশ। তাৰ পিছতে হঠাৎ আহিল এজকা প্ৰচণ্ড বৰষুণ। ৰাজ্যত যেন পুনৰ প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী । দিনতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি। Author: দৈনন্দিন বাৰ্তা Related Articles Biswanath News: অসম সাহিত্য সেৱা মঞ্চৰ দ্বিতীয় দ্বি-বাষিক অধিৱেশন সম্পন্নঃ বিশ্বনাথত ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - July 27, 2025 শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পঞ্চবিংশ তম প্রতিষ্ঠা দিৱস । সংবাদজ্যোতি বঁটা প্রাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰালৈ । Sivasagar দৈনন্দিন বাৰ্তা - July 26, 2025 উচ্ছেদক লৈ আছুৰ স্পষ্ট স্থিতি – ‘বৈধ নাগৰিকক নিজ জিলা বাদে সংস্থাপন অনুচিত’ । AASU CLARIFICATION ON EVICTION দৈনন্দিন বাৰ্তা - July 26, 2025