ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে দুৰৱস্থা কাছাৰৰ যৌনকর্মীসকলকৰ। এনে সময়ত ৰেচন যোগান ধৰিবলৈ জিলাখনৰ উপায়ুক্তক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এটা প্রকল্প ৰূপায়ণৰ বাবে কাছাৰত চিনাক্ত কৰা যৌনকর্মীসকলৰ পৰিয়ালক এই ৰেচন যোগান ধৰিবলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷শুকুৰবাৰে শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে অসমৰ যৌনকর্মীসকলক চিনাক্ত কৰি কিদৰে মহামাৰীৰ সময়ছোৱাত সাহায্য প্রদান কৰিব পৰা যায়, সেই সন্দর্ভত অৱগত কৰিবলৈ চৰকাৰী পক্ষক নির্দেশনা দিয়ে৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ১ জুনত গ্রহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সোৱণশিৰি এফ পি অ’ৰ উদ্যোগত মিংমাঙত কৃষি গাহৰি মীন পালনৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা…
- জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এইমছ গুৱাহাটীয়ে গ্ৰহণ কৰিছে কেইবাটাও কাৰ্যসূচী…
- গুৱাহাটীত এইম ডেঞ্চ একাডেমীৰ বঁটা বিতৰণী অনুষ্ঠানত হিন্দী চলচিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী মন্দাকিনী…
- টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা ! দললৈ উভতিল ঋষভ পণ্ট…
- শংকৰদেৱ বিশ্ববিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ মাজত বুজাবুজি চুক্তি…
- হোজাইৰ ৰায়কটা চন্দনপুৰত কপিলী নৈত পৰি মৃত্যু জিন্নাতুল ইছলাম নামৰ শিশুটিৰ…
- এফালে গৰম, আনফালে শিলাবৃষ্টি! আপোনাৰ অঞ্চলত বৰষুণ দিছে নে…
- T-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা! কোনে-কোনে স্থান পালে দলত; কোন কোন বাদ পৰিল ভাৰতীয় দলৰ পৰা…
- পোহনীয়া কুকুৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি আচৰিত ঘটনা কৰিলে নাবালিকাই…
- মুছলমানসকলেই আটাইতকৈ বেছি কণ্ডম ব্যৱহাৰ কৰেঃ মোদীৰ মন্তব্যৰ উত্তৰ দি ক’লে আছাদুদ্দিন ওৱাইচিয়ে