August 1, 2024 পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ স্বপ্নীল কুশালৰ… Share FacebookTwitterWhatsAppTelegramKooEmail পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক। ৫০ মিটাৰ এয়াৰ ৰাইফলচত ব্ৰঞ্জৰ পদক স্বপ্নীল কুশালেৰ। বৃহস্পতিবাৰে ৫০ মিটাৰ ৰাইফল ৩ পজিচন ইভেণ্টত ব্ৰঞ্জৰ পদক দখল কৰি পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক লাভ কৰে স্বপ্নিল কুশালে। Author: দৈনন্দিন বাৰ্তা Related Articles জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ দৈনন্দিন বাৰ্তা - October 2, 2026 বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026