Breaking

আজি চত্তীশগড় আৰু মধ্যপ্ৰদেশত শপত গ্ৰহণ অনুষ্ঠান…

0 36

আজি চত্তীশগড় আৰু মধ্যপ্ৰদেশত শপত গ্ৰহণ অনুষ্ঠান।

বিয়লি ২ বজাত চত্তীশগড়ত মুখ্যমন্ত্ৰীৰূপে শপত ল’ব বিষ্ণু দেও সায়ে।

মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত।

আনহাতে মধ্যপ্ৰদেশতো নতুন চৰকাৰৰ শপতগ্ৰহণ।

ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত দিনৰ ১১.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান।

মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ড০ মোহন যাদৱে।

Leave A Reply