Breaking

আজি বিয়লি বিহাৰত নতুন চৰকাৰৰ শপত!

0 29

আজি বিয়লি ৪ বজাত বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব পাৰে!


পুৱাই ৰাজ্যপালক সাক্ষাৎ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ।


নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব পাৰে নীতিশ কুমাৰে।


বিহাৰত বিজেপি আৰু জেডিইউৰ নতুন চৰকাৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছে।

Leave A Reply