Breaking

ছিৰিয়াৰ সামৰিক ড্ৰ’ন আক্ৰমণত ১০০ জন নিহত, আহত ১২৫ জন…

0 53

ছিৰিয়াৰ সামৰিক ড্ৰ’ন আক্ৰমণত ১০০ জন নিহত, আহত ১২৫ জন। সামৰিক বিবৃতি অনুসৰি ‘বিস্ফোৰক ভৰ্তি ড্ৰ’ন’ৰ সহায়ত এই আক্ৰমণ সংঘটিত কৰা হৈছে। বৃহস্পতিবাৰে ছিৰিয়াৰ সামৰিক একাডেমীত সংঘটিত আক্ৰমণত ১০০ৰো অধিক লোক নিহত হয়। এজন যুদ্ধ নিৰীক্ষকে এই তথ্য দিলে।

এক তথ্য অনুসৰি মধ্য ছিৰিয়াৰ হোমছ চহৰত ‘সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনে’ ‘সামৰিক একাডেমীৰ বিষয়াৰ স্নাতক অনুষ্ঠান’ক লক্ষ্য কৰি লৈছিল। নিহতসকলৰ ভিতৰত আছিল সামৰিক স্নাতক আৰু সাধাৰণ নাগৰিক।



Leave A Reply