Breaking

টি-২০ বিশ্বকাপ : ভাৰত বনাম নিউজিলেণ্ড

0 2,035

আজি দেওবাৰে ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আইচিচি টি-২০ বিশ্বকাপ, চুপাৰ ১২, গ্ৰুপ ২ খেলত বিৰাট কোহলীৰ ভাৰতে কেন উইলিয়ামছনৰ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ।
টি-২০ বিশ্বকাপ ২০২১ৰ বাবে ভাৰতীয় দলঃ বিৰাট কোহলী (চি), ৰোহিত শৰ্মা (ভিচি), কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্ত (ৱিকে), ঈশান কিষাণ (ৱিকে), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰাহুল চাহাৰ, ৰবিচন্দ্ৰন অশ্বিন, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ ছামী, শাৰদুল ঠাকুৰ।

Leave A Reply