Tag: aap

Browse our exclusive articles!

AAP: আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল

গুৱাহাটী, ২ অক্টোবৰ - AAP: ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ। আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, " বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি - মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে। উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেন্ট কাৰখানা স্থাপনৰ বাবে আবন্টন দিছে।(Adani group)

Delhi CM Arvind Kejriwal: তিহাৰ জেইলৰ পৰা মুক্তিৰ পিছতে প্ৰথমবাৰৰ বাবে দলীয় কাৰ্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় সংযোজক অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind Kejriwal) তিহাৰ জেইলৰ পৰা মুক্তি পোৱাৰ পিছতে দেওবাৰে উপস্থিত হয় দলৰ মুখ্য কাৰ্যালয়ত । তিহাৰ জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত এইয়া আছিল কাজৰিৱালৰ প্ৰথমটো দলীয় কাৰ্যালয় ভ্ৰমণ(Aam Aadmi Party)।

মাকুমত আপৰ যোগদান কাৰ্যসূচী ! আপত যোগ দিলে কংগ্ৰেছৰ ভগীৰথী গোৱালা, বিজেপিৰ পিটাৰ নন্দই…

তিনিচুকীয়া জিলাৰ মাকুম বিধান সভা সমষ্টিত দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভগীৰথী গোৱালাৰ দলত্যাগ। আজি কংগ্ৰেছ ত্যাগ কৰি...

অৰবিন্দ কেজৰিৱালৰ সহায়ক বিভৱ কুমাৰৰ ন্যায়িক জিম্মা ১৬ জুলাইলৈ বৃদ্ধি..

ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱালৰ সৈতে জড়িত কথিত আক্ৰমণৰ গোচৰৰ সন্দৰ্ভত শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সহায়ক বিভৱ কুমাৰৰ ন্যায়িক জিম্মা ১৬ জুলাইলৈ বৃদ্ধি কৰে...

কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ

গুৱাহাটী, ৩ জুলাই: : দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব প্ৰদান কৰা ৰমেন বৰঠাকুৰে অৱশেষত কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত...

Popular

Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!

Assam down town University Hosts “EduElevate 2.0” to Empower Northeast Educators and Institutions!

অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair

অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱত আঠ ঘণ্টাত এক লাখ ন হাজাৰ টকাৰ গ্ৰন্থ বিক্রী । Book Fair

Medicines: বাস্তুৰ মতে ঔষধ মূৰৰ ওচৰত ৰখাটো শুভ নে অশুভ, ঘৰৰ কোন দিশত ৰাখিব লাগে ঔষধ ?

Medicines: বাস্তুৰ মতে ঔষধ মূৰৰ ওচৰত ৰখাটো শুভ নে অশুভ, ঘৰৰ কোন দিশত ৰাখিব লাগে ঔষধ ?

Babri Masjid : বাবৰি মছজিদৰ পুনৰ নিৰ্মাণৰ বাবে ওলাই আহিছে লাখ লাখ মুছলমান

Babri Masjid : বাবৰি মছজিদৰ পুনৰ নিৰ্মাণৰ বাবে ওলাই আহিছে লাখ লাখ মুছলমান। প্ৰত্যকৰে হাতত আছে এচপৰাকৈ ইটা।

Subscribe

spot_imgspot_img