Tag: ALLU ARJUN

Browse our exclusive articles!

Allu Arjun: কিয় মৃত মহিলাগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰা নাই অভিনেতা আল্লু অৰ্জুনে?

আল্লু অৰ্জুন এতিয়ালৈকে সেই মৃত মহিলাগৰাকীৰ ৮ বছৰীয়া আহত শিশুটিক লগ কৰিবলৈ যোৱা নাই কিয়? সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে ক'লে 'মই চিন্তিত'।(Allu Arjun)

Allu Arjun: আল্লু অৰ্জুনৰ সমৰ্থনত ৰশ্মিকা, কংগনা; বৰুণ ধাৱন! কাৰ, কি প্ৰতিক্ৰিয়া…

‘পুষ্পা ২’ৰ প্ৰদৰ্শনীত মৃত্যু হোৱা এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰৰ বাবে জেলত থাকিবলগীয়া হ'ল পুষ্পা খ্যাত আল্লু অৰ্জুন। শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আল্লু অৰ্জুনক।( Allu Arjun)

Allu Arjun: কাৰাগাৰৰ পৰা মুকলি অভিনেতা আল্লু অৰ্জুন, পত্নী, পুত্ৰ-কন্যা আৱেগিক…

(Allu Arjun)জে'লৰ পৰা মুকলি হোৱাৰ পাছতে হায়দৰাবাদৰ জুবিলী হিলছত থকা বাসগৃহত উপস্থিত অভিনেতা আল্লু অৰ্জুন। আলিংগন আৰু মৰমৰ চুমাৰে পত্নীয়ে আদৰণি জনালে অভিনেতা আল্লু অৰ্জুনক।

Pushpa 2: মুক্তিৰ চতুৰ্থ দিনতে বিশ্বজুৰি উপাৰ্জন ৮০০ কোটি ‘পুষ্পা ২’ৰ

‘পুষ্পা ২’ৰ উপাৰ্জন বৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে, চতুৰ্থ দিনতো অভিলেখ ভংগ কৰিলে ছবিখনে; বৰ্তমানলৈকে বিশ্বজুৰি ৮০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিলে ছবিখনে।(Pushpa 2)

Pushpa 2: এখন, দুখন নহয়; পাঁচখন ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰিলে ‘পুষ্পা ২’এ!

প্ৰথম দিনাই বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰি দ্বিতীয় দিনা ইতিহাস ৰচনা কৰিলে ‘পুষ্পা ২’এ।(Pushpa 2)

Popular

“আৰক্ষীৰ শূণ্যলৈ গুলি চালনা ” । “এজনৰ মৃত্যু কেইবাজনো আহত ।” Goalpara

Goalpara । গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰাত উচ্ছেদ অভিযানৰ পিছত কিছু সংখ্যক লোকে আজিও উক্ত অঞ্চল এৰি নোযোৱাৰ ফলত আজি বনবিভাগৰ লগতে আৰক্ষী লোক সকলে উক্ত অঞ্চলৰ চলাচলৰ বাট পথ সমূহ বন্ধ কৰি দিয়াৰ অৰ্থে জে চি বি আনি খান্দিবলৈ ধৰাত এক উত্তেজনা মূলক পৰিবেশৰ সৃষ্টি হয় । অঞ্চলটোত থকা একাংশ পুৰুষ মহিলাৰ মাজত আৰক্ষী আৰু বনবিভাগৰ মাজত যুক্তি তৰ্ক আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি বেয়াৰ পিনে ঢাল খায় । স্থানীয় লোক সকলে হাতে হাতে লাঠি জং লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰিবলৈ ধাৰাৰ পিছত আৰক্ষীয়ে উচ্ছেদিত লোকৰ ওপৰত গুলিছালনা কৰিবলৈ ধৰে ।

Summer Drama Workshop: অসম আদৰ্শ বিদ্যালয়ত গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালা

আজিৰে পৰা অসম আদৰ্শ (Summer Drama Workshop) বিদ্যালয় বৰপামত পোন্ধৰদিনীয়া গ্ৰীষ্মকালীন নাটকৰ কৰ্মশালাৰ শুভাৰম্ভ কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে।

Tortoise Ring: কাছৰ আঙঠিয়ে এজন দৰিদ্ৰ ব্যক্তিকো ধনী কৰি তুলিব পাৰে! এইদৰে পিন্ধক আঙঠি

গ্ৰহ-নক্ষত্ৰৰ অশুভ প্ৰভাৱৰ (Tortoise Ring) পৰা হাত সাৰিবলৈ মানুহে নিজ নিজ ৰত্ন পিন্ধে। কিন্তু, ইয়াৰ বাহিৰেও কিছুমান বিশেষ ধৰণৰ আঙঠি আছে।

Sawan 2025: শাওন মাহত কিয় ব্ৰত ৰাখিব লাগে? জানিলে হ’ব আচৰিত !

শাওন মাহ, এই মাহটো হিন্দু ধৰ্মত অতি পৱিত্ৰ মাহ বুলি গণ্য কৰা হয়। (Sawan 2025) এই মাহক ভগৱান শিৱৰ মাহ বুলি ধৰা হয়।

Subscribe

spot_imgspot_img