Tag: ALLU ARJUN

Browse our exclusive articles!

Allu Arjun: ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকা ঘোষণা আল্লু অৰ্জুনৰ

হায়দৰাবাদৰ ষ্টাম্পেড কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আল্লু অৰ্জুনে এটা ভিডিঅ’ প্ৰকাশ কৰিছে। এই ঘটনাত তেওঁ মৃতকৰ পৰিয়ালক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ আহত পুত্ৰৰ দায়িত্বও ল’ব।(Allu Arjun)

Pushpa 2 Premiere: পুষ্পা ২ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনক চাবলৈ অনুৰাগীৰ ভিৰ, ভিৰত মৃত্যু মাতৃৰ, সংকটজনক অৱস্থাত পুত্ৰ

আল্লু অৰ্জুনক চাবলৈ অনুৰাগীসকলৰ মাজত সৃষ্টি হোৱা হেঁচা-ঠেলাত মৃত্যুক সাৱতিলে ৰেৱতী নামৰ এগৰাকী মহিলাই। আনহাতে মহিলাগৰাকীৰ কণমানি পুত্ৰৰ অৱস্থা সংকটজনক হৈ পৰে।(Pushpa 2 Premiere)

Allu Arjun:’পুষ্পা ২’ মুক্তিৰ পূৰ্বে চকুলো টুকিলে আল্লু অৰ্জুনে? পৰিচালকে কি ক’লে অভিনেতাগৰাকীক

আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডন্নাৰ বহু প্ৰত্যাশিত ‘পুষ্পা ২’ ছবিখন মুক্তি পাবলৈ বাকী আছে মাত্ৰ দুদিন। ছবিখনক লৈ অনুৰাগীৰ অপেক্ষাৰ অন্ত নাই। শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ‘পুষ্পা ২’ অনুষ্ঠানত আল্লু অৰ্জুনৰ চকুত চকুলো দেখা গ'ল।(Allu Arjun)

Allu Arjun: বন্ধুৰ বাবে সুৰাৰ দোকানলৈ গ’ল অভিনেতা আল্লু অৰ্জুন

২০১৭ বৰ্ষৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল য’ত তেওঁক গোৱাৰ স্থানীয় সুৰাৰ দোকানত দেখা গৈছিল। এই ক্লিপটো চাই প্ৰতিজন অনুৰাগীয়ে স্তম্ভিত হৈ পৰিল।(Allu Arjun)

আল্লু অৰ্জুনৰ কেৰালা সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান…

কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি অভিনেতা আল্লু অৰ্জুনৰ। ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে আগবঢ়ায় এই অনুদান। কেৰালাৰ ৱায়ানাড জিলাত এক ভয়াৱহ ভূমিস্খলনত...

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img