তৃতীয় বিশ্বযুদ্ধৰ দিশে নেকি বিশ্ব? ইৰানৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণ। ফর্ডো, নাটাঞ্জ, ইছফাহানত আমেৰিকাৰ বিমান আক্ৰমণ। এই আক্রমণ সফল বুলি অভিহিত কৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে।(US joins Israel’s strikes on Iran)
আমেৰিকাত ভাৰতীয় মূলৰ প্ৰায় ৫০ লাখ লোক বাস কৰাৰ বাবে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এইসকল ভোটাৰে এক প্ৰকাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে।(us presidential election 2024)