Tag: America

Browse our exclusive articles!

গুৰু-মংগলৰ যোগঃ ৩টা ৰাশিৰ যথেষ্ট বৃদ্ধি পাব বেংক বেলেন্স!

বৃহস্পতি আৰু মংগল গ্ৰহৰ সংযোগ হ’বলৈ ওলাইছে, যাৰ ফলত ৩টা ৰাশিৰ বেংক বেলেন্স যথেষ্ট বৃদ্ধি পাব! সিংহ ৰাশিত বৃহস্পতি আৰু মংগল গ্ৰহৰ সংযোজন হ'ব ১২ নৱেম্বৰত।

প্ৰবল ভূমিকম্পই জোকাৰি গ’ল তিব্বতক

৭ প্ৰাবল্যৰ ভূমিকম্পত ১৬ গৰাকীকৈ লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত হৈছে ৩২জনৰো অধিক লোক। ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন।

জন্মদিনক লৈ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

বিশেষ দিন বুলি এতিয়া আৰু একোৱেই হেঁপাহ নাই...তথাপি আপোনালোকৰ মৰম আশীৰ্বাদেৰে মোৰ জন্মদিনটো ভৰাই দিলে।

ছ’চিয়েল মিডিয়াত প্ৰৱেশ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ ছোনিয়া গান্ধীৰ।৭৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত একাউণ্ট খুলিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।

ড’নাল্ড ট্রাম্পলৈ গুলীচালনাঃ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ

ড'নাল্ড ট্রাম্পলৈ গুলীচালনাঃ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। ট্ৰাম্প থকা ৱাছিংটনৰ হোটেলতে ধাৰাসাৰ গুলিচালনা।

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ

৪৮ ঘণ্টাৰ ভিতৰতে ইৰানে খুলি দিব লাগিব ষ্ট্ৰেইট অব হৰমুজ। হৰমুজ প্ৰণালী খুলি দিবলৈ ইৰানক সময় বান্ধি দিলে ট্ৰাম্পে

America: আমেৰিকাত চুলি কটোৱাত মাত্ৰ এবাৰত হোৱা খৰচত ভাৰতত ৩৪বাৰ চুলি কটাব পাৰি

ভাৰতত বাস কৰা এগৰাকী আমেৰিকান (America) মহিলাই বুজাই দিলে যে টকা কেনেকৈ ডলাৰতকৈও অধিক মূল্যৱান৷

American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !

American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !এইবাৰ ঘটনাৰ স্থান হৈছে আমেৰিকা।

Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু

আমেৰিকাৰ টেক্সাছত বানৰ সংহাৰী ৰূপ। (Texas floods) বানৰ কৱলত টেক্সাছত ৫০ গৰাকীৰ মৃত্যু। ৫ মিনিটত ২৬ ফুট উচ্চতালৈ জলস্তৰ বৃদ্ধি গুৱাদালুপ নদীৰ।

Popular

প্ৰবল ভূমিকম্পই জোকাৰি গ’ল তিব্বতক

৭ প্ৰাবল্যৰ ভূমিকম্পত ১৬ গৰাকীকৈ লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত হৈছে ৩২জনৰো অধিক লোক। ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন।

জন্মদিনক লৈ সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

বিশেষ দিন বুলি এতিয়া আৰু একোৱেই হেঁপাহ নাই...তথাপি আপোনালোকৰ মৰম আশীৰ্বাদেৰে মোৰ জন্মদিনটো ভৰাই দিলে।

ছ’চিয়েল মিডিয়াত প্ৰৱেশ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ

বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ ছোনিয়া গান্ধীৰ।৭৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ইনষ্টাগ্ৰামত একাউণ্ট খুলিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।

দুৰ্গাপূজাৰ সময়ছোৱাত গুৱাহাটীত এইবাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা

১৬ৰ পৰা ২১ অক্টোবৰলৈকে GMCHত ভর্তি ১১৪ গৰাকী।ইয়াৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৯ জনৰ।বিগত বৰ্ষতকৈ ১৫ শতাংশ হ্রাস পাইছে দুৰ্ঘটনাৰ সংখ্যা।
spot_imgspot_img