Tag: ASSAM

Browse our exclusive articles!

Kamiram Basumatary । ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী কমিৰাম বসুমতাৰীৰ অদ্যশ্ৰাদ্ধ

Kamiram Basumatary। ওদালগুৰি জিলাৰ কৌপাটিৰ আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাস্কৰ্য শিল্পী কমিৰাম বসুমতাৰী এমাহ পূৰ্বে হৈছিল দেহৱসান।ভাস্কৰ্য্য শিল্পী কমিৰাম বসুমতাৰীৰ হাতৰ পৰশত প্ৰান পাই উঠিছিল বিভিন্ন কাঠ আৰু মাটিৰ মুৰ্তি ।কমিৰাম বসুমতাৰী অকল ৰাজ্যতেই নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত কাঠেৰে সাজি উলিওৱা মূৰ্তি আৰু মহান ব্যক্তিসকলৰ মূৰ্তি সমূহ প্ৰদৰ্শিতৰ লগতে বিভিন্ন পুৰষ্কাৰ পাবলৈয়ো সমৰ্থ হৈছিল।

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী’ৰ ৰচিত “মোৰ জীৱন মোৰ প্ৰেম” গ্ৰন্থ উন্মোচনী সভা

Book Release। বিশিষ্ট লেখক হৰিচন্দ্ৰ ভৰালী'ৰ ৰচিত "মোৰ জীৱন মোৰ প্ৰেম" গ্ৰন্থ উন্মোচনী সভা

BOOK । সমাজকৰ্মী প্ৰদীপ খাদৰীয়াৰ অভিনন্দিত গ্ৰন্থ “সমাজ প্ৰদীপ” উন্মোচন

BOOK । দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে দেৰগাঁও সাহিত্য সভা ভৱনত গ্ৰন্থ উন্মোচন সভা ।লেখক বিচিত্ৰ ভূষণ কলিতাৰ সম্পাদনা কৰা 'সমাজ প্ৰদীপ' নামেৰে সমাজসেৱী উদ্যমী প্ৰদীপ খাদৰীয়া জীৱন কৃতি বিষয়ক অভিনন্দন গ্ৰন্থ উন্মোচন ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী পালন। Sarat Chandra Singh

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ১৯ সংখ্যক মৃত্যুবাৰ্ষিকী পালন। Sarat Chandra Singh

গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে Bamboo Plant

গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে Bamboo Plant

Popular

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে?

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে? মদ্যপান, টোপনিৰ অভাৱ আৰু মানসিক চাপৰ ফলত মুখৰ অকাল বাৰ্ধক্য হয়।

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান। বাংলাদেশৰ ৰাজনীতিত খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি। কাৰ্বি আংলঙৰ আয়ুক্তৰ দায়িত্ব IAS আৰণ্যক শইকীয়াক

Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

Subscribe

spot_imgspot_img